April 21, 2024 8:12 PM

views 28

বিগত ১০ বছৰত বিজেপিয়ে এখন সুস্থিৰ চৰকাৰ দিছেঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে, বিগত ১০ বছৰত বিজেপিয়ে এখন সুস্থিৰ চৰকাৰ দিছে, যিখন চৰকাৰে তিনি তালাক প্ৰথা আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ লেখিয়া গুৰুত্বপূৰ্ণ বিষয়সমূহৰ নিষ্পত্তিত সহায় কৰিছিল। বিজেপি মহা মিত্রজোটৰ প্ৰাৰ্থী প্রতাপ ৰাও যাধৱৰ হৈ নির্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি বুল...

April 21, 2024 8:08 PM

views 26

এতিয়া কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলিব, বর্তমান জন-সাধাৰণে ভাল দিনৰ সপোনৰ বাস্তৱিকতা ভালকৈয়ে বুজি পাইছেঃ বি এছ পিৰ মুৰব্বী মায়াৱতী

বি এছ পিৰ মুৰব্বী মায়াৱতীয়ে আজি গাজিয়াবাদত এখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে। মায়াৱতীয়ে কয় যে, এতিয়া কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলিব। বর্তমান জন-সাধাৰণে ভাল দিনৰ সপোনৰ বাস্তৱিকতা ভালকৈয়ে বুজি পাইছে। মায়াৱতীয়ে কয় যে, কেন্দ্ৰত এইবাৰ বিজেপি ঘূৰি আহিবলৈ সমৰ্থ নহ'ব। তেওঁ কয় যে, অকল বিনামূলীয়া ৰে...

April 21, 2024 8:04 PM

views 21

কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন মহা মিত্ৰজোঁটে বিহাৰক পুনৰ জংগলৰাজৰ যুগলৈ ঠেলি নিব বিচাৰিছেঃ অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে অভিযোগ কৰি কৈছে যে, কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন মহা মিত্ৰজোঁটে বিহাৰক পুনৰ জংগলৰাজৰ যুগলৈ ঠেলি নিব বিচাৰিছে। জে ডি ইউৰ প্ৰাৰ্থীৰ্গৰাকীৰ সমৰ্থনত কাটিহাৰৰ ৰাজেন্দ্ৰ ষ্টেডিয়ামত এখন জনসভাক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে, আৰ জে ডি আৰু কংগ্ৰেছে ...

April 21, 2024 6:46 PM

views 19

তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি তথা তেজপুৰ পৌৰ সভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়। তেজপুৰ সাহিত্য সভাৰ সভাকক্ষত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন কাব্য গ্ৰন্থ...

April 21, 2024 6:42 PM

views 25

ভোটাৰৰ মাজত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ওদালগুৰি জিলাত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভ...

April 21, 2024 6:22 PM

views 24

বঙাইগাঁও জিলাৰ নথিভুক্ত আৰু পঞ্জীভুক্ত সকলো মাৰণাস্ত্ৰ জমা দিবলৈ প্ৰশাসনৰ নিৰ্দেশ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভ...

April 21, 2024 6:16 PM

views 21

কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্র নাকচ

কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্র অবৈধ বুলি নির্বাচন আয়োগে এটা নির্দেশ যোগে ঘোষণা কৰিছে। এই সংক্ৰান্তত কোকৰাঝাৰ সমষ্টিৰ মুঠ ১৬ খন মনোনয়ন পত্ৰৰ ভিতৰত নৱ কুমাৰ শৰনীয়াৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত অবৈধতাৰ ভিত্তিত নাকচ কৰা হৈছে বুলি ৰিটার্নিং বিষয়া প্ৰদীপ কুমাৰ দ্বি...

April 21, 2024 6:07 PM

views 25

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। এই উদ্দেশ্যেৰে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্বোত অংশগ্...

April 21, 2024 5:34 PM

views 53

অসামৰিক সেৱা দিৱস উপলক্ষে দেশৰ সকলো অসামৰিক সেৱাৰ বিষয়াক ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অসামৰিক সেৱা দিৱস উপলক্ষে দেশৰ সকলো অসামৰিক সেৱাৰ বিষয়াক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে অদম্য মনোভাৱেৰে দেশৰ প্ৰগতিত অসামৰিক সেৱাৰ বিষয়াসকলে কাম কৰি আহিছে বুলি উল্লেখ কৰাৰ লগতে ১৯৪৭ চনত চৰ্দাৰ ব...

April 21, 2024 5:36 PM

views 24

নতুন দিল্লীত ভগৱান মহাবীৰৰ ২,৫৫০ সংখ্যক নিৰ্বাণ মহোৎসৱ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বর্তমান সমগ্র বিশ্বই গোলকীয় শান্তি সুনিশ্চিত কৰাৰ বাবে ভাৰতলৈ চাই আছে। মহাবীৰ জয়ন্তীৰ পবিত্ৰ ক্ষণত আজি নতুন দিল্লীত ভগৱান মহাবীৰৰ ২৫৫০ সংখ্যক নির্বাণ মহোৎসৱ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে দেশৰ বৰ্ধিত সমৰ্থ আৰু বিদেশ নীতিক নতুন ভাৰতৰ...