August 19, 2026 7:13 PM

views 3

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। নির্বাচনক কেন্দ্ৰ কৰি আজি লখিমপুৰ জিলা পঞ্জীয়ক তথা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেলত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে জিলাখনৰ অন্তৰ্গত আঠটা পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। নিৰ্বাচন...

August 19, 2026 7:08 PM

views 11

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও ৩৫ খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ...

August 19, 2026 8:15 PM

views 2

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ পৰ্যালোচনা বৈঠক

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত আজি বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি আৰু ইথানল নীতিৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ বিশদভাৱে আল...

August 19, 2026 6:59 PM

views 1

জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একে পৰিয়ালৰে ৩জন লোক নিহত হোৱাৰ লগতে আন ২জন আহত

জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একেতা পৰিয়ালৰে তিনিজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হয়। উল্লেখযোগ্য যে এখন বাহনে পাহাৰীয়া পথেৰে যাত্ৰাৰ কৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ' খাৱৈত পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত দুগৰাকীক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আন...

August 19, 2026 6:59 PM

views 3

সন্ধিয়া ৭ বজাত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব।

August 19, 2026 6:53 PM

views 2

বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছ শাখাত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। ধ্ৰুৱ আৰু টানিছাই মাকাওৰ লিয়ন য়’ক চং আৰু এনজি বেং চিৰ যুটিটোক ২১–১১, ২১-১১ গেমত পৰাস্ত কৰে। ইয়াৰ পৰৱৰ...

August 19, 2026 6:51 PM

কলকাতাৰ নিউ মার্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যু

পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নিউ মার্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬জন আহত হয়। আৰক্ষী সূত্ৰই সদৰি কৰা মতে অগ্নিকাণ্ডৰ ঘটনাটো যোৱা নিশা ২ মান বজাত সংঘটিত হৈছিল আৰু হোটেলখন থকা অট্টালিকাটো জুই আৰু ধোঁৱাই আগুৰি ধৰিছিল। প্ৰাথমিক অনু...

August 19, 2026 6:46 PM

views 3

গৃহমন্ত্রী অমিত শ্বাহে ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে মহাৰাজ মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। মহাৰাজ মাণিক্য বাহাদুৰক আধুনিক...

August 19, 2026 6:45 PM

views 1

উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব

উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালত তেওঁ ডোৰাদুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱাৰ ২০২৫-২৭ বৰ্ষৰ প্ৰশিক্ষাৰ্থী বিষয়া সকলক উদ্দেশ্যি ভাষণ দিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন...

August 19, 2026 6:38 PM

views 2

ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু ৬ ৰ পৰা ৮ শতাংশ অর্থনৈতিক বৃদ্ধি পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত উত্তৰ প্রদেশ-জাপান বিনিয়োগ সন্মিলন ২০২৬ ত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰী শ্ৰীবৈষ্ণৱে কয়, যে দেশৰ অৰ্থনৈত...