April 23, 2024 6:14 PM

views 34

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ২৫ এপ্ৰিল

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ বৃহস্পতিবাৰে অন্ত পৰিব। শুকুৰবাৰে মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। চতুর্থ পৰ্যায়ত উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অন্ধ্রপ্রদ...

April 23, 2024 6:07 PM

views 21

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অসমত মুঠ ৪৭গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । এই পৰ্যায়ত ৪ খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। কালি ৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা ১২ গৰাকী, বৰপেটাৰ পৰা ১৪ গৰাকী, ধুবুৰীৰ পৰা ১৩ গৰ...

April 23, 2024 6:04 PM

views 29

২৬ এপ্ৰিলত ১২খন ৰাজ্যৰ ৮৯টা সমষ্টি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

দেশৰ ১২ খন ৰাজ্যৰ ৮৯টা সমষ্টিত ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত সামগ্রিকভাৱে এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ৰ উল্লেখযোগ্য প্রার্থীৰ ভিতৰত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেতা ভূপেশ বাঘেল, জনতা দল এছৰ নেতা তথা ...

April 23, 2024 5:54 PM

views 20

অসমত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচ...

April 23, 2024 5:37 PM

views 35

উচ্চ শিক্ষাৰ ক্ষেত্ৰত শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্বাব্বেৰেলী ছাইমণ্ডছ, Qs নামৰ ব্ৰিটেইনৰ প্ৰতিষ্ঠানটোৰ উচ্চ শিক্ষা সম্পৰ্কীয় শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক বুলি অভিহিত কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে দেশৰ যুৱ শক্তিৰ হিতার্থে ভৱিষ্যতে গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব।...

April 23, 2024 12:51 PM

views 29

আজি উত্তৰাখণ্ডলৈ যাব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰাখণ্ডত উপস্থিত হ'ব। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান (এইমছ) ঋষিকেশত সমাৱর্তন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তেওঁ ঋষিকেশৰ পৰমাৰ্থ আশ্ৰমৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ লগতে সন্ধিয়া গংগা আৰতীত উপস্থিত থাকি...

April 23, 2024 12:58 PM

views 19

মহাৰাষ্ট্ৰৰ এক’লাত বিজেপিৰ প্ৰাৰ্থী অনুপ ধত্ৰেৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বিয়লি মহাৰাষ্ট্ৰৰ এক’লাত বিজেপিৰ প্ৰাৰ্থী অনুপ ধত্ৰেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রী ধত্ৰে বৰ্তমানৰ সাংসদ সঞ্জয় ধত্ৰেৰ পুত্ৰ। ইফালে কংগ্ৰেছে ড০ অভয় পাটিলক এক’লাৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰোৱাৰ বিপৰীতে ‘বঞ্চিত বহুজন আঘ...

April 23, 2024 12:41 PM

views 44

দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে প্ৰদান কৰে ২০২৪ বৰ্ষৰ পদ্ম বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। ২০২৪ বৰ্ষৰ বাবে ৩ গৰাকী ব্যক্তিক পদ্মবিভূষণ, ৮ গৰাকী ব্যক্তিক পদ্মভূষণ আৰু ৫৫ গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে প্রাক্তন উপ-ৰাষ্ট...

April 23, 2024 1:04 PM

views 26

গুজৰাটৰ ছুৰাট লোকসভা আসনত বিনাপ্রতিদ্বন্দ্বিতাৰে বিজেপিৰ জয়লাভ

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা গুজৰাটৰ লোকসভা নিৰ্বাচনৰ ছবিখন স্পষ্ট হৈ পৰিছে। বিজেপি দলে কালি গুজৰাটৰ ছুৰাট লোকসভা আসনখনত বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে ছুৰাট লোকসভা আসনখনৰ বাবে কংগ্ৰেছৰ প্রার্থী নীলেশ কুম্ভানীৰ মনোনয়ন প্ৰস্তাৱকগৰাকীৰ স্বাক্ষৰৰ অমিলৰ বাবে অবৈধ ঘোষণা...

April 23, 2024 12:30 PM

views 21

মধ্যপ্ৰদেশত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১২৭ গৰাকীৰ প্রার্থিত্ব, আজি কেইবাখনো জনসভাত অংশ ল’ব জে পি নাড্ডাই

মধ্যপ্ৰদেশত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ১২৭ গৰাকী প্ৰাৰ্থীয়ে প্রার্থিত্ব আগবঢ়াইছে। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই আজি মধ্যপ্ৰদেশৰ টিকমগড়, ৰেৱা আৰু চাতনা জিলা ভ্ৰমণ কৰিব। শ্রী নাড্ডাই কেইব...