May 1, 2024 8:20 PM

views 94

এপ্ৰিলত দেশত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহঃ বিত্ত মন্ত্ৰ্যালয়

দেশত এপ্ৰিলত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহীত হৈছে। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে কৈছে যে, বার্ষিক ভিত্তিত এই হাৰ ১২.৪ শতাংশ বৃদ্ধি পাইছে। ঘৰুৱা লেন-দেন আৰু আমদানি বৃদ্ধিৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। মন্ত্ৰ্যালয়ে কৈছে যে, এপ্রিলত সংগৃহীত মুঠ জি এছ টিৰ ভিতৰত...

May 1, 2024 9:36 PM

views 30

নৌসেনাৰ উপ-মুৰব্বী হিচাপে ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথনৰ কাৰ্য্যভাৰ গ্ৰহণ

ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথনে আজি নৌসেনাৰ উপ-মুৰব্বী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ৰাষ্ট্ৰৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। ১৯৮৭ৰ জুলাইত নৌসেনাত নিযুক্তি লাভ কৰা ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথন যোগায...

May 1, 2024 8:10 PM

views 29

দক্ষিণ চীনৰ গোৱাংডং প্রদেশত ধাৰাষাৰ বৰষুণৰ বাবে ঘাইপথৰ খহি পৰাৰ ফলত ২৪ জন লোকৰ প্ৰাণহানি

দক্ষিণ চীনৰ গোৱাংডং প্রদেশত যোৱা নিশা ধাৰাষাৰ বৰষুণৰ বাবে ঘাইপথৰ এটা অংশ খহি পৰাৰ ফলত কমেও ২৪ জন লোকে প্ৰাণ হেৰুৱায়। দেশখনৰ চৰকাৰী বাতৰি যোগান প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে, যোৱা নিশা প্ৰায় ২-১০ মিনিটত গোৱাংডং প্রদেশৰ মেইঝৌ চহৰ আৰু ডাবু অঞ্চলৰ মাজৰ ঘাইপথৰ এটা অংশ খহি পৰাৰ ফলত এই অঘটনটো ঘটে।

May 1, 2024 8:06 PM

views 29

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত কিছু সময়ৰ পাছত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। চেন্নাই ছুপাৰ কিংছ বর্তমান প্রতিযোগিতাৰ পইণ্ট তালিকাত চতুৰ্থ স্থানত আৰু পাঞ্জাৱ কিংছ অষ্টম স্থানত আছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ...

May 1, 2024 7:20 PM

views 35

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিভিন্ন বিদ্যালয়ত বোমা সংস্থাপনৰ বাতৰি ভুৱা বুলি দিল্লী আৰক্ষীৰ প্ৰকাশ

দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ কেইবাখনো বিদ্যালয়ত বোমা সংস্থাপন কৰা বুলি অচিনাক্ত লোকে বিয়পোৱা বাৰ্তাটোক ভুৱা বুলি অভিহিত কৰিছে। এই বিদ্যালয় কেইখনে ই-মেইলৰ জৰিয়তে বাৰ্তাটো লাভ কৰাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ অনুসন্ধান চলি আছে বুলি সদৰি কৰি আৰক্ষীয়ে জানিবল...

May 1, 2024 7:12 PM

views 39

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণলৈ মাজত ৬টা দিন বাকী থকা সময়তে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি ধুবুৰী সমষ্টিৰ কংগ...

May 1, 2024 7:02 PM

views 32

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গোলাঘাট জিলাৰ ডেৰগাঁৱত থকা হেমচন্দ্ৰ বৰুৱাৰ আবক্ষ্য মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভা...

May 1, 2024 6:55 PM

views 32

ৰাজ্যৰ বিভিন্ন স্থানত শ্রমিক দিৱস পালন

শ্রমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে' দিৱস হিচাপেও পৰিচিত। অর্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্রমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। কা...

May 1, 2024 1:36 PM

views 20

আকাশবাণী বাতৰি বিভাগৰ সঞ্চালকপ্রধান হিচাপে জ্যেষ্ঠ বিষয়া মৌচুমী চক্রবর্তীৰ দায়িত্ব গ্রহণ

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্রবর্তীয়ে আজি আকাশবাণী বাতৰি বিভাগৰ সঞ্চালকপ্রধান হিচাপে দায়িত্ব গ্রহণ কৰে। ১৯৯১ বেটছৰ ভাৰতীয় তথ্য সেৱাৰ বিষয়া শ্রীমতী চক্রবর্তীয়ে প্ৰেছ ইনফৰমেচন ব্যুৰ আৰু চেন্ট্রেল ব্যুৰ অৱ কমিউনিকেচনকে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ কেইবাটাও সংবাদ সংস্থাত কার্যনির্বাহ...

May 1, 2024 1:19 PM

views 19

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজনৈতিক দলসমূহে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ ...