May 3, 2024 5:43 PM

views 33

ব্রাজিলত শেহতীয়াকৈ হোৱা বানত ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত

ব্রাজিলত শেহতীয়াকৈ উদ্ভৱ হোৱা বান পৰিস্থিতিৰ ফলত এটা বান্ধ ভাগি পৰাত কমেও ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত হৈছে। দেশখনত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ কবলত পৰি প্ৰায় ১৫ হাজাৰ লোকে ঘৰ এৰি আন ঠাইত আশ্রয় লোৱাৰ লগতে বহুসংখ্যক লোক বিদ্যুৎ আৰু খোৱাপা...

May 3, 2024 5:41 PM

views 22

আই পি এল ক্রিকেটত আজি মুম্বাই ইন্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ছানৰাইডাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছ...

May 3, 2024 5:38 PM

views 21

ভাৰতীয় কমিউনিষ্ট পার্টীৰ চি পি আইৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জনৰ দেহাৱসান

ভাৰতীয় কমিউনিষ্ট পার্টী চি পি আইৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জনৰ দীর্ঘিদনীয়া অসুস্থতাৰ অন্তত আজি মৃত্যু ঘটে। লক্ষ্ণৌত শেষ নিশ্বাস ত্যাগ কৰা সাম্যবাদী নেতাগৰাকীৰ বয়স হৈছিল ৬৯ বছৰ। গুৰুতৰ পৰ্যায়ৰ কৰ্কট ৰোগত আক্রান্ত হৈ বিগত এমাহ ধৰি তেওঁ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল। আজি বিয়...

May 3, 2024 5:45 PM

views 18

আজি বিশ্ব প্রেছ স্বাধীনতা দিৱস

আজি বিশ্ব প্রেছ স্বাধীনতা দিৱস। প্রতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰসমূহক স্বীকৃতি দিয়া, সমগ্র বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাক আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে ...

May 3, 2024 5:33 PM

views 20

লোকসভা নির্বাচনত ৰায়বেৰেলী সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বিতা

ভাৰতীয় জাতীয় কংগ্ৰেছ দলে, দলটোৰ নেতা ৰাহুল গান্ধীয়ে লোকসভা নির্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি ঘোষণা কৰে। দলটোৱে লগতে আমেথি লোকসভা সমষ্টিৰ দলীয় প্রার্থী হিচাপে কিশোৰী লাল শৰ্মাৰ নাম ঘোষণা কৰিছে। আনহাতে বহুজন সমাজ পার্টীয়ে উত্তৰ প্ৰদেশৰ ভাড়োহী সংসদীয় সমষ্টিৰ ব...

May 3, 2024 5:51 PM

views 21

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

তৃতীয় পর্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। এই পর্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূর্বে...

May 3, 2024 12:52 PM

views 16

২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈৰ ছেমি ফাইনেলত স্থান নিশ্চিত

♦ কাজাখস্তানৰ আস্তানাত চলি থকা ২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈ পুৰুষৰ শাখাত ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ৫১ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মান্দেংবাম যদুমনি সিঙে ভূটানৰ প্ৰতিদ্বন্দ্বী ফুচ কিনলেক ৫-০ ফলাফলত পৰাস্ত কৰে। একেদৰে ৫...

May 3, 2024 12:35 PM

views 4

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

◊ চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ঘটনাত আহত আৰু ত্রিশগৰাকী লোকে চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি আছে। ইয়াৰ ভিতৰত কাৰো অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে। গুৱাংডং প্রদেশৰ এটা পাহাৰীয়া অঞ্চলত বিগত ...

May 3, 2024 12:21 PM

views 22

আজি ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত দিল্লীত যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ সপ্তমখন বৈঠক অনুষ্ঠিত হ’ব

♦ ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত আজি নতুন দিল্লীত যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ সপ্তমখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত ভাৰতৰ প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে আৰু ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা সচিব প্রধান অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল ডনি এৰমাৱান টাউফাণ্টোৱে সহ-অধ্যক্ষতা কৰিব। দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ অহা ইণ্...

May 3, 2024 12:20 PM

views 28

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ প্রতিনিধি দলৰ নিৰ্বাচন আয়োগক সাক্ষাৎ

◊ কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ অন্য দলসমূহে ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ তুলি বিজেপিয়ে নির্বাচন আয়োগৰ কাষ চাপিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ এটা প্রতিনিধি দলে কালি বিষয়টো লৈ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ...