November 23, 2025 8:20 PM

views 35

জম্মু-কাশ্মীৰ প্রশাসনে ২৬ নৱেম্বৰত সংবিধান দিৱস উদযাপন কৰিব

জম্মু-কাশ্মীৰ প্রশাসনে চলিত মাহৰ ২৬ তাৰিখে সংবিধান দিৱস উদযাপনৰ বাবে বিশেষ নির্দেশনা জাৰি কৰিছে। আমাৰ সংবাদদাতাৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো চৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান, আৰু ৰাজহুৱা খণ্ডক সাংবিধানিক মূল্যবোধৰ প্ৰসাৰৰ বাবে বিভিন্ন কায্যসূচী গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সা...

November 23, 2025 8:12 PM

views 20

বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰ পিছৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৪৭ লাখতকৈ অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা বুলি নির্বাচন আয়োগৰ প্ৰকাশ

নির্বাচন আয়োগে কয় যে, বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰ পিছৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৪৭ লাখতকৈ অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। চলিত মাহৰ ৪ তাৰিখৰ পৰা ৯খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হৈছে। অহা বছৰৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভো...

November 23, 2025 8:06 PM

views 20

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীর্ষ সন্মিলনৰ সামৰণি সত্ৰত গুৰুত্বপূৰ্ণ প্রযুক্তিসমূহক উদগণি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদি পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূর্ণ প্রযুক্তিসমূহক উদগণি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদি পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জোহান্সবার্গত আজি জি-২০ নেতৃবৰ্গৰ শীর্ষ সম্মিলনৰ তৃতীয় সত্ৰত "সকলোৰে বাবে নিৰপেক্ষ আৰু ন্যায়পূর্ণ ভবিষ্যত- গুৰুত্বপূর্ণ খনিজ, উপযুক্ত কার্য, কৃত্রিম বুদ্ধিমত্তা ...

November 23, 2025 7:59 PM

views 23

নাচিনত অসামৰিক সেৱা বিষয়া প্রশিক্ষার্থীসকলক ব্যক্তিগত সাফল্যতকৈ দলগত সফলতাক অধিক গুৰুত্ব দিবলৈও উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আহ্বান

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি অন্ধ্রপ্রদেশৰ পালাসমুদ্ৰমৰ নেচনেল একাডেমী অৱ কাষ্টমছ, ইনডাইৰেক্ট টেক্সেছ এণ্ড নার্কটিক্স-চমুকৈ নাচিনত অসামৰিক সেৱা বিষয়া প্রশিক্ষার্থীসকলক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ সীমাশুল্ক আৰু জি এছ টি, দক্ষতা বিকাশৰ এটা মূল কেন্দ্র হিচাপে শিক্ষানুষ্ঠানখনৰ দ্রুত বিকাশৰ প্ৰশংসা ক...

November 23, 2025 7:52 PM

views 31

ভাৰত, ব্রাজিল আৰু দক্ষিণ আফ্রিকা- ৩খন মহাদেশ, ৩খন বৃহৎ গণতন্ত্র আৰু ৩ টা প্রধান অর্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

ভাৰত, ব্রাজিল আৰু দক্ষিণ আফ্রিকা চমুকৈ আই বি এছ এ কেৱল তিনিখন দেশৰ এটা গোটেই নহয় বৰঞ্চ ই ৩ খন মহাদেশ, ৩ খন বৃহৎ গণতন্ত্র আৰু ৩ টা প্রধান অর্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্রকাশ কৰিছে। তিনিওখন দেশে উভয় পক্ষৰে বিকাশৰ ক্ষেত্ৰত পৰিপূৰক হোৱাৰ লগতে দীর্ঘস্থায়...

November 23, 2025 7:49 PM

views 31

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোহান্সবার্গত দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি জোহান্সবার্গত অনুষ্ঠিত জি-২০ সন্মিলনৰ সুযোগতে দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দক্ষিণ আফ্রিকাই লোৱা প্ৰচেষ্টাৰ শলাগ লয়। দুয়োগৰাকী নেতাই উভ...

November 23, 2025 8:57 PM

views 51

ভাৰত আৰু ইজৰাইলৰ ব্যৱসায় খণ্ডৰ দ্রুত লাভ সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্রস্তাৱিত মুক্ত বাণিজ্য চুক্তি দুটা পর্যায়ত ৰূপায়ণৰ বিষয়টো বিবেচনা কৰি আছেঃ পীযূষ গোৱেল

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কৈছে যে ভাৰত আৰু ইজৰাইলৰ ব্যৱসায় খণ্ডৰ দ্রুত লাভ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দুয়োখন দেশে তেওঁলোকৰ প্রস্তাবিত মুক্ত বাণিজ্য চুক্তি দুটা পর্যায়ত ৰূপায়ণৰ বিষয়টো বিবেচনা কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিৰ প্ৰথম পৰ্যায়তেই ইয়াক ৰূপায়ণ কৰাটো সম্ভৱ যাতে ই...

November 23, 2025 7:19 PM

views 27

পুৰুষৰ অষ্ট্ৰেলিয়ান অপেন ২০২৫ ছিংগলছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্য সেনৰ খিতাপ দখল

ছিদনীত অনুষ্ঠিত পুৰুষৰ অষ্ট্ৰেলিয়ান অপেন ২০২৫ ছিংগলছ বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে খিতাপ দখল কৰিছে। এইটো তেওঁৰ বছৰটোৰ প্ৰথমটো খিতাপ হিচাপে পৰিগণিত হৈছে। আজি অনুষ্ঠিত প্রতিযোগিতাৰ চূড়ান্ত খেলখনত ভাৰতৰ খেলুৱৈগৰাকীয়ে জাপানৰ যুশ্বি তানাকাক ২১-১৫, ২১-১১ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে। ...

November 23, 2025 7:16 PM

views 30

ভিয়েটনামৰ বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি

ভিয়েটনামৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগৰ ফলত বৰ্তমানলৈ আন ১২গৰাকী লোক সন্ধানহীন হৈ আছে। ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত ১, ১৫৪টা বাসগৃহ ক্ষতিগ্রস্ত হোৱাৰ লগতে ৮০,৮০০ হেক্টৰতকৈও অধিক পৰিমাণৰ কৃষিভূমিৰ ধান আৰু অন্যান্য শস্য বানৰ কবলত পৰা বুলি তথ্যত...

November 23, 2025 6:59 PM

views 27

কথাশিল্পী ইমৰাণ শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন উপলক্ষে শিৱসাগৰৰ বাসগৃহত বিশেষ অনুষ্ঠান

বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহৰ আজি ৯৩ সংখ্যক ওপজা দিন উপলক্ষে সাহিত্যিকগৰাকীৰ শিৱসাগৰৰ বাসগৃহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৯২৩ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ ধাইআলিত সাহিত্যিকগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল। আজি ওপজা দিন উপলক্ষে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁক ফুলাম গামোছা, ফুলৰ থোপা ...