March 30, 2024 9:00 PM March 30, 2024 9:00 PM
34
ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা অব্যাহত
আসন্ন নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত শর্মাই আজি প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে দৰং, ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলটো...