May 10, 2024 6:17 PM
31
ভাৰতীয় নৌসেনা বাহিনীৰ কৰ্মচাৰীসকলৰ মুৰব্বী হিচাপে ভাইচ এডমিৰেল সঞ্জই ভাল্লাৰ কাৰ্যভাৰ গ্ৰহণ
ভাইচ এডমিৰেল সঞ্জই ভাল্লাই আজি ভাৰতীয় নৌসেনা বাহিনীৰ কৰ্মচাৰীসকলৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ১৯৮৯ চনৰ ১ জানুৱাৰীত তেওঁ ভাৰতীয় নৌবাহিনীত যোগদান কৰিছিল। ৩৫ বছৰীয়া কৰ্মজীৱনত তেওঁ বন্দৰ আৰু সমুদ্ৰৰ উভয় ক্ষেত্ৰতে ভালেমান বিশেষজ্ঞ, কৰ্মচাৰী আৰু পৰিচালন নিযুক্তিৰ ক্ষেত্ৰত কাম কৰিছিল। শ্রীভাল্...