May 11, 2024 11:11 AM

views 24

নতুন দিল্লীত প্ৰতিৰক্ষা, গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত প্ৰযুক্তি পৰিষদৰ অষ্টমখন বৈঠক সম্পন্ন

নতুন দিল্লীত কালি প্ৰতিৰক্ষা, গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত প্ৰযুক্তি পৰিষদৰ অষ্টমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীত প্ৰতিৰক্ষা, গৱেষণা আৰু বিকাশ সংস্থাৰ প্ৰযুক্তিৰ অন্তৰ্ভুক্তি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকত দ...

May 11, 2024 11:09 AM

views 22

আজি বিশ্ব পক্ষী দিৱস, গুৱাহাটীৰ চানমাৰিৰ পেন্সনাৰ ভৱনত পক্ষী দিৱসৰ আয়োজন

আজি বিশ্ব পক্ষী দিৱস। ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত আজি ২০ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে পৰিষদে চানমাৰিৰ পেন্সনাৰ ভৱনত বিস্তৃত কাৰ্যসূচীৰে পক্ষী দিৱস উদযাপনৰ আয়োজন কৰিছে। সেই অনুসৰি আজি পতাকা উত্তোলন, স্মৃতি তর্পণ, গছপুলি ৰোপন, পক্ষী আৰু প্ৰকৃতি সম্বন্ধে লিখা স্ব-ৰচিত ক...

May 11, 2024 11:08 AM

views 24

অহা ১৪ মে’ৰ পৰা ৭৭সংখ্যক ফ্ৰান্সৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ, ভাৰতৰ অংশগ্রহণ

অহা ১৪ মে'ৰ পৰা ২৫ মে’লৈ অনুষ্ঠিত হ'বলগীয়া ৭৭ সংখ্যক ফ্ৰান্সৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতে অংশগ্রহণ কৰিব। এই চলচ্চিত্ৰ মহোৎসৱত ভাৰত পৰ্ব নামৰ এটা বিশেষ অনুষ্ঠান উদযাপন কৰা হ'ব। নেচনেল ইনষ্টিটিউট অৱ ডিজাইন আহমেদাবাদে এই বছৰৰ থীম ক্রিয়েটিভ ইণ্ডিয়া প্ৰস্তুত কৰাৰ বাবে দা সূত্ৰধাৰাৰ পৰা অনুপ্ৰাণিত বুলি...

May 11, 2024 11:05 AM

views 26

আমেৰিকাৰ ইউনিভাৰছিটী অৱ জর্জিয়াৰ সহযোগী অধ্যাপক আৰুণি কাশ্যপলৈ হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ

আমেৰিকাৰ ইউনিভাৰছিটী অৱ জর্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা ক্রিয়েটিব ৰাইটিং কাৰ্যক্ৰমৰ সঞ্চালক আৰুণি কাশ্যপলৈ ২০২৪-২৫ বৰ্ষৰ হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ আগবঢ়োৱা হৈছে। এই সন্মান লাভ কৰা আৰুণি কাশ্যপ হৈছে প্ৰথমগৰাকী অসমীয়া। উল্লেখযোগ্য যে হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ই...

May 11, 2024 11:03 AM

views 19

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১৫ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ অহা ১৫ মে'ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বিগত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱা ২০২৩-২৪ পর্যটন বৰ্ষৰ অহা ১৫ মে'ত অন্ত পৰিব। ইতিমধ্যে যোৱা পহিলা মে'ৰ পৰা উদ্যানখনত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছে। ২০২৩-২৪ পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্...

May 11, 2024 11:01 AM

views 16

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি উৎসৱৰ আজি দ্বিতীয় দিন

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি উৎসৱ কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা অসমীয়া বিভাগৰ বিভাগীয় প্রধান অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই মহাৰজত জয়ন্তীৰ শিখা প্রজ্বলন কৰে। অসমীয়া বিভাগৰ শিক্ষক আৰু প্ৰাক্তন শিক্ষার্থীসকলে মহা...

May 11, 2024 11:00 AM

views 25

নিউ জলপাইগুৰি ষ্টেচনৰ পৰা ‘ভাৰত গৌৰৱ পৰ্যটন বিশেষ ৰে’ল’ চলাচলৰ কথা ঘোষণা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেৰ এটা সূত্ৰই উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিউ জলপাইগুৰি ষ্টেচনৰ পৰা ভাৰত গৌৰৱ পৰ্যটন বিশেষ ৰে'ল চলোৱাৰ কথা ঘোষণা কৰিছে। আই আৰ চি টিৰ দ্বাৰা পৰিচালিত এই ৰে’লখন অহা ১৮ মে’ তাৰিখে নিউ জলপাইগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰিব। ৰে'লখনে ভ্রমণ কাৰ্যসূচীত মাতা বৈষ্ণোদেৱী, হৰিদ্বাৰ, ঋষিকেশ, মথুৰা, বৃন্দাব...

May 11, 2024 10:58 AM

views 23

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্...

May 11, 2024 10:56 AM

views 18

যোৰহাটৰ তিতাবৰত আজিৰ পৰা সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ

যোৰহাট জিলাৰ তিতাবৰত আজিৰ পৰা সপ্তম সংখ্যক সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হ'ব। অসম পেনচাক ছিলাট সংস্থাৰ উদ্যোগত হ'বলগীয়া প্ৰতিযোগিতাখনত খেলুৱৈসকলে কেইবাটাও বিভাগত প্রতিদ্বন্দ্বিতা কৰিব। এই প্ৰতিযোগিতাখনৰ পৰাই ১১ জুনৰ পৰা ১৩ জুনলৈ ওড়িশাত হ'বলগীয়া ৰাষ্ট্ৰীয় পেনচাক ছিলাট প...

May 10, 2024 8:08 PM

views 25

উত্তৰাখণ্ডত পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ

উত্তৰাখণ্ডত পবিত্ৰ চাৰিধাম যাত্ৰা আজি আৰম্ভ হৈছে। অক্ষয় তৃতীয়া উপলক্ষে কেডাৰনাথ, গংগোত্ৰী, যমুনোত্রী ধামৰ দ্বাৰ ভক্তৰ বাবে খোলা হৈছে। কেডাৰনাথ ধামৰ দ্বাৰ আজি পুৱা বৈদিক মন্ত্ৰোচ্চাৰণ আৰু পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে মুকলি কৰা হয় আৰু ইয়াৰ লগে লগে চাৰিধাম যাত্রাও আৰম্ভ হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু...