May 12, 2024 12:14 PM

views 30

অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউছ অব লৰ্ডছৰ মনোনীত সদস্য

অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউছ অব লৰ্ডছৰ সদস্য হিচাপে মনোনীত হৈছে। হাজৰিকা এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া। আসনখনক তেওঁ বেৰ'নেছ হাজৰিকা অব কোটব্রীজ বুলি আখ্যা দিছে। হাউছ অব লর্ডছত— প্রধানমন্ত্ৰীয়ে দিয়া পৰামৰ্শৰ ভিত্তিত ব্ৰিটেইনৰ ৰজাই প্রতিনিধিসকলক নিয...

May 12, 2024 12:08 PM

views 20

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠান

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত গুৱাহাটীৰ এটা প্ৰকাশন গোষ্ঠী আৰু সাংবাদিকগৰাকীৰ পৰিয়ালৰ সহযোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতা শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয় আচার্য্য ড০...

May 12, 2024 12:05 PM

views 28

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইখনমান ৰে’লগাড়ীৰ সময় সূচীৰ সাল-সলনি

লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা-লামপুৰ আৰু নিউ হাবাং হাজাও ৰে'ল ষ্টেচনৰ মাজত ৰেলপথ মেৰামতিৰ কাম চলি থকাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কেইখনমান ৰে'লগাড়ীৰ চলাচল বাতিল কৰাৰ লগতে সময় সূচীৰ সাল-সলনি ঘটোৱা হৈছে। সেই অনুসৰি আজি যাত্ৰা কৰিবলগীয়া ১৫৬১৫ আৰু ১৫৬১৬ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্ৰ...

May 12, 2024 12:00 PM

views 33

চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত ৭৬৮টা গোচৰ নিষ্পত্তি

চিৰাং জিলাৰ কাজলগাঁৱত অৱস্থিত জিলা ন্যায়িক আদালত চৌহদ আৰু বিজনী ন্যায়িক আদালত চৌহদত কালি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত আৰু চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সম্পন্ন হোৱা এই লোক আদালতত- ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ...

May 12, 2024 11:56 AM

views 17

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি অন্তিম দিন

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি তৃতীয় তথা অন্তিম দিন। এই উপলক্ষে আজি পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। দুপৰীয়াৰ ভাগত ফাট বিহুৰ মূল বৈশিষ্ট্য মুকলি বিহু প্রতিযোগিতা অনুষ্ঠিত হ'ব। বিয়লিলৈ অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত শিক্ষা...

May 12, 2024 11:53 AM

views 16

মোদী চৰকাৰে ৰাজনৈতিক প্রতিশোধৰ বাবে বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চি বি আইক ব্যৱহাৰ কৰা বুলি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ অভিযোগ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে কালি মোদী চৰকাৰে ৰাজনৈতিক প্রতিশোধৰ বাবে বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চি বি আইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি ৰাজনৈতিক প্রতিদ্বন্দীসমূহক লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ মুদ্রাস্ফীতি, দৰিদ্ৰতা আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে বিষয়সমূহৰ ...

May 12, 2024 11:46 AM

views 32

বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই দলীয় প্রার্থীৰ সমৰ্থনত বিহাৰৰ বেগুচৰাইত নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্রার্থীৰ সমৰ্থনত বিহাৰৰ বেগুচৰাইত প্ৰচাৰ চলায়। প্ৰচাৰৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ড০ শৰ্মাই কয় যে, বিজেপিৰ শক্তিশালী নেতৃত্বৰ অধীনত অহা কেইবছৰমানৰ ভিতৰত পাক অধিকৃত কাশ্মীৰক পুনৰ ভাৰতৰ সৈতে চামিল কৰা হ'ব। সন্...

May 12, 2024 11:50 AM

views 24

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত  ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত কাইলৈ দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। চতুর্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশাৰ ১৪৭ খন আসনৰ ২৮ খনৰ ...

May 12, 2024 11:34 AM

views 33

ফাৰ্মাচী বিষয়ৰ স্নাতক ডিগ্রী বা ডিপ্লমা পাঠ্যক্ৰমৰ বাবে চলিত বৰ্ষৰ পৰা প্ৰৱেশ পৰীক্ষা

ৰাজ্যৰ চৰকাৰী বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত ফাৰ্মাচী বিষয়ক স্নাতক ডিগ্রী বা ফাৰ্মাচীৰ ডিপ্লমা পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰিবলৈ চলিত বৰ্ষৰ পৰা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ৰাজ্যৰ স্বাস্থ্য বিজ্ঞান সংক্রান্তীয় শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডাঃ কৰবী বৰুৱাই এখন জাননীযোগে এই ...

May 12, 2024 11:29 AM

views 34

তামিলনাডুত ইছৰোৰ তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO-ই Additive Manufacturing প্রযুক্তি ব্যৱহাৰ কৰি তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি নতুন ইতিহাস ৰচনা কৰিছে। তামিলনাডুৰ মহেন্দ্রগিৰত থকা ISRO-ব Propulsion Complex অর্থাৎ প্রণোদন চৌহদত শুকুৰবাৰে এই পৰীক্ষা সম্পন্ন কৰা হয়৷ নতুনকৈ বিকশাই তোলা এই PS4 ইঞ্জিনত যন্...