November 24, 2025 6:47 PM

views 29

পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ

ৰাজস্থানত আজি পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ হৈছে। এই মহোৎসৱত দেশৰ ২৩০খন বিশ্ববিদ্যালয়ৰ প্ৰায় ৫হাজাৰ শিক্ষাৰ্থী তথা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এইবাৰ ২৩বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লগতে খো খোৰ প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাসমূহ ৰাজ্যখনৰ জয়পুৰ, উদয়পুৰ, যো...

November 24, 2025 6:45 PM

views 21

দেশৰ মহিলাসকলে ততালিকে সহায় লাভ কৰাটো নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ২৪ ঘণ্টাই উপলব্ধ হেল্পলাইন নম্বৰ মুকলি

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ মহিলাসকলে সংকটকালৰ ততালিকে সহায় লাভ কৰাটো নিশ্চিত কৰিবলৈ ২৪ ঘণ্টাই উপলব্ধ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। ১৪৪৯০ বিনামূলীয়া এই হেল্পলাইন নম্বৰটো আয়োগৰ সম্প্ৰতি ব্যৱহৃত হেল্পলাইনৰ সৈতে সংযুক্ত ছুটী কোড হিচাপে ব্যৱহৃত হ'ব। ইয়াৰ ফলত কোনো বিলম্ব নোহোৱাকৈ মহিলাসকলে সহায় ...

November 24, 2025 6:42 PM

views 46

দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে আয়োজিত দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত জয়লাভ কৰি ইতিহাস গঢ়া ভাৰতৰ দৃষ্টিহীন মহিলা ক্রিকেট দলটোক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে ভাৰতীয় দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত হৈ থাকি ইতিহাস গঢ়িলে...

November 24, 2025 6:40 PM

views 25

বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী মোডীৰ অভিনন্দন

বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে অদম্য প্ৰতিভাৰে ৯টা সোণৰ পদককে ধৰি মুঠ ২০ পদক লাভ কৰিবলৈ সমৰ্থ হ'ল। এই অভিলেখ ভংগকাৰী প্ৰদৰ্শনেৰে দেশৰ বক্সিং খ...

November 24, 2025 6:36 PM

views 23

ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কৰে। নিজৰ ভাষণত শ্রীসিঙে দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ধৰিত্ৰীক সুৰক্ষিত ৰখাৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ বসুধৈব কুটুম্বকম বাণীৰ প্ৰতি বিজ্ঞানীসকলৰ দৃষ্টি আ...

November 24, 2025 6:25 PM

views 18

লাচিত বৰফুকনলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আহোম সেনাপতি লাচিত বৰফুকনলৈ তেওঁৰ জয়ন্তী শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰীশ্বাহে কয়, যে লাচিত বৰফুকনৰ অপৰিসীম দেশভক্তি,শৌর্য-বীৰ্য আৰু অদম্য সামৰিক নেতৃত্বই কেৱল অসমকে নহয়, বৰং সমগ্ৰ উত্তৰপূবক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ জৰিয়তে অঞ্চলটোৰ প্ৰা...

November 24, 2025 6:22 PM

views 21

বীৰ লাচিত বৰফুকনক প্রধানমন্ত্ৰী মোডীৰ শ্রদ্ধাঞ্জলি

অসমৰ আহোম শাসনকালৰ বীৰ লাচিত বৰফুকনক লাচিত দিৱসত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শ্রদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোডীয়ে কয়, যে দেশে লাচিত বৰফুকনক অফুৰন্ত সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ বাবে মনত ৰাখিব। তেওঁ কয়, যে তেওঁৰ বীৰত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক প্ৰেৰণা যোগাই আহিছ...

November 24, 2025 6:19 PM

views 36

কাইলৈ পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

অসম বিধানসভাৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই উপলক্ষে কালি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তথ্য আৰু জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই চৰকাৰী পক্ষৰ হৈ অংশ লয়। বৈঠকত শাসক-বিৰোধীয়ে কেইবাটাও বিষয়ত আলোকপাত কৰে। এইবাৰৰ শীতকালীন অধিৱেশনত উত্থাপনৰ...

November 24, 2025 6:15 PM

views 27

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তৰ শপত গ্ৰহণ

  ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূৰ্য কান্তে ...

November 24, 2025 6:00 PM

views 20

প্রধানমন্ত্ৰী মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব। তেওঁ মহর্ষি বশিষ্ঠ, মহর্ষি বিশ্বামিত্র, মহর্ষি অগ্যস্ত, মহর্ষি বাল্মিকী, দেৱী অহল্যা, নিষধৰাজ গুহা আৰু মাতা শবৰীৰ মন্দিৰ থকা সপ্তমন্দিৰ স্থানো দৰ্শন কৰিব। তাৰ পাছতে প্রধানমন্ত্ৰীয়ে শেষঅৱতাৰ মন্দিৰলৈ যাব। প্র...