May 15, 2024 11:18 AM

views 23

লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ কালি সামৰণি, শুকুৰবাৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব আৰু শুকুৰবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব। এই পৰ্যায়ত সাতখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টি সামৰি লোৱা হ'ব। বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও আগশাৰী...

May 15, 2024 11:16 AM

views 4

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত, আজি মুম্বাইৰ ঘাটকোপাৰত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড...

May 14, 2024 8:53 PM

views 24

এছিয়া আৰু বিশ্ব ব’ডী বিল্ডিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত মাজুলীৰ পৱিত্র নাথৰ স্থান লাভ

এছিয়া আৰু বিশ্ব ব’ডী বিল্ডিং চেম্পিয়নশ্বিপৰ বাবে মাজুলীৰ পৱিত্র নাথে ভাৰতীয় দলত স্থান লাভ কৰিছে। যোৱা ১১ আৰু ১২ মে’ত কেৰালাৰ কোচিত অনুষ্ঠিত যোগ্যতা নিৰূপণকাৰী খেলৰ জৰিয়তে খেলুৱৈগৰাকীয়ে দলটোত স্থান লাভ কৰে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে দক্ষিণ এছিয় ক্রীড়া সমাৰোহত সোণ আৰু বিশ্ব ব’ডী বিল্ডিং এণ্ড ...

May 14, 2024 8:52 PM

views 21

গুৱাহাটীৰ বৰ্ষাপাৰাত হ’বলগীয়া আই পি এলৰ মেচৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ আৰু ১৯ মে'ত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ আহ-যা...

May 14, 2024 8:50 PM

views 33

গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজৰ খেলখনৰ বাবে যাৱতীয় প্রস্তুতি সম্পূর্ণ

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজত হ'বলগীয়া খেলখনৰ বাবে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। পাঞ্জাব কিংছৰ দলটো দেওবাৰে গুৱাহাটীলৈ অহাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ কালি বিয়লি গুৱাহাটীত আহি উপস্থিত হয়। আজি দুয়োটা দলেই বর্ষাপাৰাৰ ষ্টেডিয়ামত অনুশীলন...

May 14, 2024 8:49 PM

views 14

গোলাঘাটৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মাদক দ্রব্যসহ তিনিজন লোকক গ্ৰেপ্তাৰ

গোলাঘাট আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই যোৱা নিশা গোলাঘাটৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মাদক দ্রব্যসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। লোক তিনিজনে ডিমাপুৰৰ পৰা ৫ লক্ষাধিক টকা মূল্যৰ মাদক দ্রব্য দুখন বাহনত সৰবৰাহ কৰি গোলাঘাট অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ত কৰে। লোক তিনিজনক সোধা-পোছা কৰ...

May 14, 2024 8:47 PM

views 30

ফ্ৰান্সত আজিৰে পৰা কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৭সংখ্যক সংস্কৰণ আৰম্ভ

ফ্ৰান্সত আজিৰে পৰা কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৭ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে। ১২ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এইবাৰৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত সাতখনকৈ ভাৰতীয় বোলছবি প্রদর্শিত হ'ব। এই বোলছবিকেইখন হৈছে ALL WE IMAGINE AS LIGHT, SANTOSH, SUNFLOWERS WERE THE FIRST ONES TO KNOW, MANTHAN, SISTER MID NIGHT, RETREAT...

May 14, 2024 8:46 PM

views 17

তেল আৰু প্ৰাকৃতিক গেছ আয়োগ লিমিটেড আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মাজত চুক্তি স্বাক্ষৰ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এটা বিশেষ সা-সুবিধা থকা অগ্নিদগ্ধ লোকৰ চিকিৎসাৰ কক্ষ স্থাপনৰ বাবে আজি মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। ১১ কোটি ৮৩ লাখ টকাৰ এই চুক্তিখনৰ জৰিয়তে আধুনিক চিকিৎসা ব্যৱস্থাৰে সজ্জিত কক্ষটো মহাবিদ্যালয়খনৰ তৃতীয় ম...

May 14, 2024 8:44 PM

views 17

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক ৪ দিনৰ বাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ

কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আজি ৪ দিনৰ বাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বিলৰ ধন মোকলাই দিয়াৰ নামত কালি হেঙেৰাবাৰীৰ এখন হোটেলত ২০ হেজাৰ টকা উৎকোচ লওঁতেই সঞ্চালকালয়ে কার্যবাহী অভিযন...

May 14, 2024 8:42 PM

views 25

নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি

নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলে দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি কৰিছে আৰু কংগ্ৰেছ তথা বিজেপিৰহে কেইটামান অভিযোগ বিচাৰাধীন হৈ আছে। আয়োগে এটা বিবৃতিত কয় যে, এই সময়ছোৱাত ৪২৫টা গুৰুতৰ অভিযোগ লাভ কৰিছিল। ইয়াৰ ভিতৰত ৪০০টা নিষ্পত্তি কৰাৰ লগতে প্ৰয়োজনী...