March 31, 2024 6:55 PM March 31, 2024 6:55 PM
20
চলিত বিত্তীয় বৰ্ষৰ চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ’বঃ বিত্ত মন্ত্রী নির্মলা সীতাৰমন
কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চলিত বিত্তীয় বৰ্ষত চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ'ব। মুম্বাইত আয়োজিত এখন বিনিয়োগ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উন্নত মুদ্রাস্ফীতি ব্যৱস্থাপনা আৰু স্থূল অর্থনৈতিক সুস্থিৰতা...