May 17, 2024 5:26 PM

views 48

প্রাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ চিকিৎ‍সাধীন অৱস্থাত দেহাৱসান

সম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, বর্ষীয়ান ৰাজনীতিবিদ, প্রাক্তন শিক্ষা মন্ত্ৰী, ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ আজি পুৱা চিকিৎ‍সাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। যোৱা ১৩ মে'ত সংকটজনক অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ...

May 17, 2024 5:24 PM

views 25

নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকা সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ নাগালেণ্ড পিপলছ অর্গেনাইজেশ্যনক নগালেণ্ড কেবিনেটৰ আবেদন

নগালেণ্ডৰ কেবিনেটে পূব নাগালেণ্ড পিপলছ অর্গেনাইজেশ্যনক অহা ২৬ জুনত অনুষ্ঠিত হ'বলগীয়া স্থানীয় নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্যৰ মুখপাত্র কে জি কেনিয়ে কৈছে যে ৰাজ্যখনৰ কেবিনেটে পুনৰবাৰ ENPO আৰু ইয়াৰ অন্তৰ্গত ...

May 17, 2024 5:20 PM

views 30

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটৰ সমাবেশৰ আয়োজন

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটে আজি সমাবেশৰ আয়োজন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এন চি পিৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰ, উদ্ধৱ থাকৰে আৰু আই এন ডি আই মিত্ৰজোঁটৰ আন আন নেতাসকলেও এই সমাবেশত অংশ ল'ব।

May 17, 2024 5:16 PM

views 20

কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে কৰা অসৎ আচৰণৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ অভিযোগ দাখিল

আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে কৰা অসৎ আচৰণ কৰাৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। শ্ৰীমতী মালিৱালে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত জবানবন্দী দিছে। এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ...

May 17, 2024 5:02 PM

views 30

ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি

মংগোলিয়াৰ উলানবাটাৰত অনুষ্ঠিত ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি পৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব অমিতাভ প্ৰসাদ আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিব ব্রিগেডিয়াৰ জেনেৰেল গানখুয়াগ ডাবাগোডজে যুটীয়াভাৱে এই বৈঠকত অধ্যক্ষতা কৰে। মং...

May 17, 2024 4:50 PM

views 30

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালিৰ খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত...

May 17, 2024 12:45 PM

views 27

পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ছয়জনীয়া ভাৰতীয় টেবুল টেনিছ দলৰ নেতৃত্বত মণিকা বাট্ৰা আৰু শৰথ কমল

ভাৰতৰ তাৰকা খেলুৱৈদ্বয় মণিকা বাট্ৰা আৰু শৰথ কমলে চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া ছয়জনীয়া ভাৰতীয় টেবুল টেনিছ দলৰ নেতৃত্ব দিব। ভাৰতীয় টেবুল টেনিছ পৰিষদে কালি দলৰ সদস্যসকলৰ নাম ঘোষণা কৰে । আটাইকেইগৰাকী খেলুৱৈক বিশ্ব ৰেংকিঙৰ ভিত্তিত নিৰ্বাচন কৰা হৈছে। পুৰুষৰ দলটোত শৰথ কমলৰ লগত মানৱ ঠক্কৰ আ...

May 17, 2024 12:42 PM

views 22

ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ’লি মুম্বাইত উপস্থিত

ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ লগতে ট্রিনিদাদত ক্রিকেট একাডেমী মুকলি কৰাৰ বিষয়ে আলোচনা কৰিবলৈ ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ'লি মুম্বাইত উপস্থিত হৈছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ আৰু শ্ৰীমতী ৰামবাই বাইছে কালি ৰাজভৱনত ভ্ৰমণৰত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী শ্ব...

May 17, 2024 12:40 PM

views 24

অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল স্বাতী মালিৱালৰ

আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে অসৎ আচৰণ কৰাৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। শ্ৰীমতী মালিৱালে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত জবানবন্দী দিছে। এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ...

May 17, 2024 12:36 PM

views 23

নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা। দিল্লীৰ এটা সংবাদ গোষ্ঠীক কালি দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, বিশ্বৰ সন্মুখত নিজৰ নিদৰ্শনমূলক কামসমূহ দাঙি ধৰাটো তেওঁৰ চৰকাৰৰ দায়িত্ব। তেওঁ কয় যে, গণতন্ত্রত নির্বাচনক অকল জয়-পৰাজয়ৰে পৰিভাষিত কৰা উচিত নহয়...