May 21, 2024 7:14 PM

views 22

সদ্যপ্ৰয়াত ইৰাণৰ ৰাষ্ট্ৰপতিৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশত এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন

সদ্যপ্ৰয়াত ইৰাণৰ ৰাষ্ট্ৰপতি ড° ছইদ ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমীৰ আব্দুল্লাহিয়ানৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে। সেই অনুসৰি সমগ্ৰ দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হৈছে। লগতে আজিৰ দিনটোত কোন...

May 21, 2024 7:09 PM

views 32

অহা ২৮ জুনত ইৰাণত ৰাষ্ট্ৰপতি নির্বাচন

অহা ২৮ জুনত ইৰাণৰ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। দেশখনৰ চৰকাৰী সংবাদ প্রতিষ্ঠান IRNA-ই এই কথা প্ৰকাশ কৰি কৈছে যে দেশখনৰ অন্তৱৰ্তী ৰাষ্ট্ৰপতি মহম্মদ ম’খবেৰ, ন্যায়পালিকাৰ মুৰব্বী গোলামহোছেইন মহছেনি-এজেই আৰু সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কোৱালিবাফৰ লগতে আইনী পৰিক্ৰমা দপ্তৰৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ ডেহকান...

May 21, 2024 7:02 PM

views 20

সমগ্ৰ দেশত সন্ত্রাসবাদ বিৰোধী দিৱস পালন

সমগ্ৰ দেশত আজি সন্ত্রাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। ১৯৯১ চনৰ ২১ মে'ত এল টি টি ইৰ আত্মঘাটী বোমাৰুৰ আক্ৰমণত চেন্নাইৰ সমীপৰ এখন গাঁৱত প্ৰাণ হেৰুওৱা প্ৰাক্তন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰত সন্ত্ৰাসবাদ আৰু হিংসাৰ নেতিবাচক প্ৰভাৱৰ ...

May 21, 2024 6:59 PM

views 36

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিত প্ৰচাৰ অভিযান তুংগত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ৰাজনৈতিক দলসমূহে এতিয়া ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ২৫ মে'ত আৰু ১ জুনত হ'বলগীয়া ষষ্ঠ আৰু সপ্তম পৰ্যায়ত ৫৭ টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ ম...

May 21, 2024 6:13 PM

views 20

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬০.৪৮ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কালি সামগ্রিকভাৱে ৬০.৪৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। প্ৰচণ্ড গৰমকো নেওচি সমাজৰ সকলো শ্ৰেণীৰ লোকে ভোটগ্রহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। এই পৰ্যায়ত দেশৰ ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টি সামৰি লোৱা হয়। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪ট...

May 21, 2024 11:55 AM

views 17

আজি বিশ্ব সাংস্কৃতিক বিচিত্রতা দিৱস

আজি বিশ্ব সাংস্কৃতিক বিচিত্রতা দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তত শান্তি আৰু সংহত বিকাশ সম্ভৱ কৰি তোলাত আন্তঃসাংস্কৃতিক আলোচনাৰ গুৰুত্বপূৰ্ণ ভূমিকাক তুলি ধৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে। দেখা গৈছে যে, বিশ্বৰ সাম্প্ৰতিক ৯০ শতাংশ সংঘাতেই আন্তঃসাংস্কৃতিক আলোচনাৰ অভাৱৰ বাবে সৃষ্টি হৈছে। এই ক্ষেত্ৰত ...

May 21, 2024 11:52 AM

views 18

গুৱাহাটী ৰে’ল ষ্টেচনত মাদক দ্রব্যসহ এজন লোকক গ্ৰেপ্তাৰ ৰে’ল আৰক্ষীৰ

ৰে’ল আৰক্ষীয়ে কালি গুৱাহাটী ৰে’ল ষ্টেচনৰ ৪ নম্বৰ প্লেটফৰ্মত অভিযান চলাই মাদক দ্রব্যসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা ৪৮ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয়। আন এটা অভিযানত ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত এজন কিশোৰৰ পৰা ৬ কিলোগ্রাম ভাং জব্দ কৰে। গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখ...

May 21, 2024 11:51 AM

views 26

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ টিকটবিহীন যাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’লৈকে ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই টিকটবিহীন যাত্ৰীৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই বিশেষ সফলতা অর্জন কৰিছে। চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’ লৈকে এনে অভিযানত ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ কৰা হৈছে৷ যোৱা বছৰৰ এপ্ৰিলৰ পৰা এইবছৰৰ মাৰ্চলৈ চলোৱা অভিযানত টিকট অবিহনে যাত্ৰা কৰা ৭ লাখ ৯৩ হাজাৰ ১৭০ গৰাকী লোকক ...

May 21, 2024 11:49 AM

views 16

ইৰানৰ ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ভাৰতত আজি ৰাষ্ট্ৰীয় শোক পালন

ইৰানৰ ৰাষ্ট্ৰপতি ড° চয়িদ ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যুৰ পৰিপপ্ৰেক্ষিতত ভাৰতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰিছে। সেই অনুসৰি সমগ্ৰ দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হৈছে। লগতে আজিৰ দিনটোত কোনোধৰণৰ আনুষ্ঠান...

May 21, 2024 11:48 AM

views 25

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস; ৰাজ্যৰ ভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। এই দিৱস উপলক্ষে অসমৰ ভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ২০০ বছৰীয়া অসমৰ চাহ শিল্পই ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে বহু লোকক সংস্থাপিত কৰি আহিছে। অসমৰ বহু সংখ্যক খেতিয়ক চাহ উদ্যোগৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছে।