May 25, 2024 6:04 PM

views 32

 প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচীত সাল-সলনি

♦ অসমৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। বঙাইগাঁও, কার্বি আংলং, শোণিতপুৰ, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ উপৰি শিক্...

May 25, 2024 5:32 PM

views 33

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি গাজিপুৰ সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থী পৰশনাথ ৰাইৰ হৈ প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ লগতে ...

May 25, 2024 5:31 PM

views 21

পাপুৱা নিউগিনিৰ এংগা প্ৰদেশৰ কাউকালাম গাঁৱত ভূমিস্খলনত ৩০০ ৰো অধিক লোকৰ মৃত্যুৰ আশংকা

পাপুৱা নিউগিনিৰ এংগা প্ৰদেশৰ কাউকালাম গাঁৱত কালি হোৱা ব্যাপক ভূমিস্খলনৰ ফলত ৩০০ ৰো অধিক লোক মৃত্যু মুখত পৰাৰ আশংকা কৰা হৈছে। ভূমিস্খলৰ ফলত বিধবস্ত হৈ পৰা গাঁওখনৰ ১১ শতকৈও অধিক বাসগৃহ মাটিত পোতখোৱা বুলিও বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। আনহাতে দ্বীপ ৰাষ্ট্ৰখনৰ মুলিতাকা অঞ্চলৰ ৬খনৰো অধিক গাঁও এই ভূমি...

May 25, 2024 5:21 PM

views 19

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল কৰা হৈছে। এটা বিবৃতি অনুসৰি সাগৰীয় ধুমুহা ৰেমালৰ পৰিপ্ৰেক্ষিততে কলকাতা-আন্দামান আৰু অন্ধ্র-প'ৰ্টব্লেয়াৰৰ মাজত বিমান সেৱাও বাতিল কৰা হৈছে।

May 25, 2024 5:14 PM

views 30

ৰেমালৰ নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, পূব-মধ্য বংগোপ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এটা বিবৃতিত বিভাগে প্ৰকাশ কৰা অনুসৰি ৰেমাল নামৰ এই বতাহজাকে কাইলৈ মাজনিশাৰ ভিতৰত বাংলাদেশ আৰু পশ্চিম বংগৰ উপকূল অতিক্ৰম কৰি বিপজ্জনক সাগৰীয় ধুমুহাত পৰিণত হ’...

May 25, 2024 5:06 PM

views 37

বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা মোদীৰ

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী জোঁট ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাবাদী আৰু পৰিয়ালতান্ত্রিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। বিহাৰৰ পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ বিক্ৰামত এখন জনসভাত ভাষণ দি শ্ৰী মোদীয়ে বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত...

May 25, 2024 4:57 PM

views 29

ৰাষ্ট্ৰপতি মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভোটাধিকাৰ সাব্যস্ত

◊ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱাৰ ভাগতে নতুন দিল্লীত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ্যমক কয় যে, ভোটাধিকাৰ এটা দায়িত্ব আৰু ক্ষমতা। Read Now : ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰী...

May 25, 2024 4:58 PM

views 35

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ

◊ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। পুৱা ৭ বজাত ...

May 25, 2024 12:21 PM

views 14

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব, অর্থনীতিবিদ হৰেন্দ্ৰ নাথ দাসৰ দেহাৱসান

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব, অর্থনীতিবিদ হৰেন্দ্ৰ নাথ দাসৰ যোৱা নিশা গুৱাহাটীৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। ১৯৬১ চনৰ আই এছ বিষয়া হৰেন্দ্ৰ নাথ দাস ১৯৯০ৰ পৰা ১৯৯৫ চনলৈ ৰাজ্যৰ মুখ্য সচিব পদত কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজ্যৰ বিত্ত সচিবৰ উপৰিও অন্যান্য বহু প্ৰশাসনীয় দায়িত্ব...

May 25, 2024 12:18 PM

views 25

ভাৰতীয় বায়ুসেনা বাহিনীৰ অগ্নিবীৰ বায়ু মিউজিচিয়ান পদত নিযুক্তিৰ বাবে জাননী জাৰি

ভাৰতীয় বায়ুসেনা বাহিনীয়ে অগ্নিবীৰ বায়ু মিউজিচিয়ান পদত নিযুক্তিৰ বাবে সংস্থাটোৰ ৱেবছাইটত জাননী জাৰি কৰিছে। agnipathvayu.cdac.in ৱেবছাইটত সংশ্লিষ্ট পদৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে। বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি দশম শ্রেণী উত্তীর্ণ প্রার্থীসকলে বিজ্ঞাপনত উল্লেখ থকা অতিৰিক্ত যোগ্যতাসহ অহা ৫ জুন বা ইয়াৰ...