May 26, 2024 12:57 PM
32
বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ ছিমৰন শৰ্মাৰ সোণৰ পদক অৰ্জন
জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ ছিমৰন শৰ্মাই সোণৰ পদক লাভ কৰিছে। ছিমৰনে কালি প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ টী-টুবেল্ড শাখাৰ ফাইনেলত ২৪ দশমিক ৯-৫ ছেকেণ্ডত এই যোগ্যতা অর্জন কৰে। উল্লেখযোগ্য যে ভাৰত এইবাৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ছটা সোণৰ পদক সহ মুঠ ১৭ টা পদকে...