November 26, 2025 12:29 PM

views 22

IFFI-ত কালি দুখন অসমীয়া চলচ্চিত্র প্রদর্শন

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসব-IFFI-ত কালি দুখন অসমীয়া চলচ্চিত্র প্রদর্শন কৰা হয়। কাহিনী চিত্রশাখাত নির্বাচিত শংশাক সমীৰ পৰিচালিত ভাইমনদা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্রলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি দুখন আজি মহোৎসৱত পুনৰ প...

November 26, 2025 12:26 PM

views 62

অসম বিধানসভাj শীতকালীন অধিবেশনৰ প্ৰথম দিনটোত অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক-২০২৫ উত্থাপন

ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে কালি অসম বিধানসভাই শীতকালীন অধিবেশনৰ প্ৰথম দিনটোতে অসম বহু বিবাহ প্ৰতিৰোধ বিধেয়ক-২০২৫ উত্থাপন কৰে। ৰাজ্যৰ ষষ্ঠ অনুসূচী এলেকা আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাহিৰে সমগ্ৰ ৰাজ্যৰ লোকৰ ক্ষেত্ৰত এই বিধেয়ক বলবৎ হ'ব। এই বিধেয়ক অনুসৰি কোনো লোকে তেওঁৰ স্বামী বা স্ত্রী জীবিত থ...

November 26, 2025 12:16 PM

views 30

এছিয়া কাপ ২০২৬ৰ যোগ্যতা নির্ণয়কাৰী ফুটবল খেলত ভাৰত, ছাইনীজ টাইপেইৰ সন্মুখীন

এ এফ চি অনুর্ধ ১৭ বছৰ এছিয়ান কাপ ২০২৬ৰ যোগ্যতা নির্ণয়কাৰী এখন খেলত আজি ভাৰত ছাইনীজ টাইপেইৰ সন্মুখীন হ'ব। গ্ৰুপ-ডিৰ খেলখন সন্ধিয়া চাৰে ৭ বজাত আহমেদাবাদত খেলোৱা হ'ব। গুজৰাট ৰাজ্যিক ফুটবল সন্থাই অনুৰাগীসকলৰ বাবে খেলখনৰ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰি সকলোকে ভাৰতীয় দলটোক উৎসাহিত কৰিবলৈ ষ্টেডিয়ামলৈ...

November 26, 2025 12:11 PM

views 35

আইচিচিৰ ২০২৬ৰ পুৰুষৰ টি-২০ বিশ্বকাপ সম্পূৰ্ণ সূচী ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আইচিচিয়ে পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ সম্পূৰ্ণ সূচী ঘোষণা কৰিছে। ভাৰত আৰু শ্ৰীলংকাই দ্বিতীয়বাৰলৈ যৌথভাৱে আয়োজন কৰা প্রতিযোগিতাখন অহা বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব।  ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হ'ব। পাকিস্তানে ত...

November 26, 2025 12:05 PM

views 32

অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু চীনৰ কোনো অস্বীকাৰে এই বাস্তৱতাক সলনি কৰিব নোৱাৰে বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মন্তব্য সন্দৰ্ভত সংবাদমাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে জনাইছে যে, অৰুণাচল প্ৰদেশৰ এজন ভা...

November 26, 2025 12:02 PM

views 35

মুক্ত বাণিজ্য চুক্তিৰ বাবে ভাৰতে আজি ৰাছিয়া নেতৃত্বাধীন ইউৰেছিয়ান অর্থনৈতিক সংঘৰ আনুষ্ঠানিক আলোচনা আৰম্ভ

ভাৰতে আজি ৰাছিয়া নেতৃত্বাধীন ইউৰেছিয়ান অর্থনৈতিক সংঘ EAEUৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ বাবে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিব। চলিত বৰ্ষৰ ২০ আগষ্টত স্বাক্ষৰিত হোৱা বিশেষ চুক্তি অনুসৰি নতুন দিল্লীত ৰাছিয়া, আর্মেনিয়া, বেলাৰুছ, কাজাখস্তান আৰু কির্গিস্তানকে ধৰি EAEUৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে এই আলোচনা আৰম্...

November 26, 2025 11:57 AM

views 29

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। শ্বেতবিপ্লৱৰ জনক ভাৰতবৰ্ষৰ দুগ্ধ মানৱ উপাধিৰে বিভুষিত ড° ভাগিছ কুৰিয়ানৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। এই বছৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ বিষয়বস্তু হৈছে- দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰো আহক। এই দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ...

November 26, 2025 11:53 AM

views 41

তেলেংগানাত তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা ৰাজ্যিক নিৰ্বাচন আয়োগৰ

তেলেংগানা ৰাজ্যিক নিৰ্বাচন আয়োগে অহা মাহৰ ১১, ১৪ আৰু ১৭ তাৰিখে তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। প্ৰতিটো পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই ভোটগণনা কৰা হ'ব বুলি আয়োগে জানিবলৈ দিছে। কালি সন্ধিয়া সংবাদমাধ্যমৰ আগত ৰাজ্যিক নির্বাচন আয়ুক্ত ৰাণী কুমুদিনীয়ে কয়, যে কাইলৈৰ পৰা নিৰ্বাচনৰ কাম-কা...

November 26, 2025 11:44 AM

views 17

সমগ্ৰ দেশতে একতাৰ পদযাত্ৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে আয়োজন কৰা একতাৰ পদযাত্ৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী আজি আৰম্ভ হ'ব। চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মস্থান গুজৰাটৰ কৰ্মচাদৰ পৰা আৰম্ভ হ'বলগীয়া পদযাত্ৰাত কমেও ১৯০ কিলোমিটাৰ সামৰি লোৱা হ'ব। এই পদযাত্রা ৬ ডিচেম্বৰত সামৰণি পৰিব ৷ এই ...

November 26, 2025 11:40 AM

views 20

চফ্ৰান বিমান ইঞ্জিন মেৰামতি গোট উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদৰ জি. এম. আৰ. আকাশক্ষেত্র আৰু ঔদ্যোগিক উদ্যানৰ চফ্ৰান বিমান ইঞ্জিন মেৰামতি গোট উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ কার্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে, এছ এ ই এছ আই হৈছে চফ্ৰানৰ অত্যাধুনিক বিমান প্রপলচন ইঞ্জিনৰ বিশেষ তদাৰক, মেৰা...