March 29, 2024 10:03 PM March 29, 2024 10:03 PM
নির্বাচন আয়োগৰ চি-ভিজিল এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ লাভ
নির্বাচন আয়োগৰ চি-ভিজিল এপ ভোটদাতাসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে। লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰে পৰা বৰ্তমানলৈকে এই এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনাৰ বিষয়ে অভিযোগ লাভ কৰা হৈছে। নির্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে, লাভ কৰা অভিযোগসমূহৰ ৯৯ শতাংশৰো অধিক ইতিমধ্যে ন...