November 26, 2025 8:12 PM

views 18

ভাৰতত বিশ্বৰ ভিতৰতে সর্বাধিক পৰিমাণৰ দুগ্ধ উৎপাদন কৰা হয় বুলি দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্যমন্ত্রী ড০ এছ পি সিং বাঘেলৰ মন্ত্ৰী

দুগ্ধ খণ্ড হৈছে দেশৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ আৰু গাঁও তথা কৃষকসকলে এই খণ্ডলৈ সমৃদ্ধি আনে। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মৎস্য, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্যমন্ত্রী ড০ এছ পি সিং বাঘেলে আজি এই কথা প্রকাশ কৰে। ড০ বাঘেলে কয় যে ভাৰতত বিশ্বৰ ভিতৰতে সর্বাধিক পৰিমাণৰ ...

November 26, 2025 8:07 PM

views 26

বাণিজ্য দূতাবাস, ভিছা আৰু আইনী ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অধিক পদক্ষেপ ল’বলৈ ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ সন্মতি প্রকাশ

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰই বাণিজ্য দূতাবাস, ভিছা আৰু আইনী ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অধিক পদক্ষেপ ল'বলৈ সন্মতি প্রকাশ কৰিছে। আবুধাবিত অনুষ্ঠিত বাণিজ্য দূতাবাস পৰিক্ৰমাৰ ভাৰত-ইউ এ ই যুটীয়া সমিতিৰ ষষ্ঠ বৈঠকত আজি দুয়োপক্ষই দুয়োখন দেশতে বাস কৰা প্ৰবাসী লোকসকলৰ সুৰক্ষা, মর্যাদা আৰু সুস্বাস্থ...

November 26, 2025 8:03 PM

views 30

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ যাত্ৰাক চৰ্চা কৰি প্ৰকাশ কৰা এটি প্ৰৱন্ধ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংবিধানিক সভাৰ দ্বাৰা গঠিত আৰু কোটি কোটি ভাৰতীয়ৰ অভিলাসেৰে সমৃদ্ধ ভাৰতীয় সংবিধানৰ যাত্ৰাক চৰ্চা কৰি প্ৰকাশ কৰা এটি প্ৰৱন্ধ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে। এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে লোকসভাৰ অধ্যক্ষগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক আ...

November 26, 2025 8:00 PM

views 26

বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে যি যাত্রা সেয়া সংবিধানত উল্লেখিত সমতা, ন্যায়, অধিকাৰ আৰু বন্ধুত্বৰ মূলমন্ত্ৰৰ দ্বাৰা অনুপ্রাণিত বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্তব্য

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে যি যাত্রা সেয়া সংবিধানত উল্লেখিত সমতা, ন্যায়, অধিকাৰ আৰু বন্ধুত্বৰ মূলমন্ত্ৰৰ দ্বাৰা অনুপ্রাণিত বুলি মন্তব্য কৰে। সংবিধান দিবস উপলক্ষে আজি দিল্লী বিধানসভাত কফি বুক টেবুল মুকলি কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংবিধান হৈছে ভাৰতৰ আত্মাস্বৰ...

November 26, 2025 7:17 PM

views 28

ভাৰত-বাংলাদেশ সীমান্তৰ অসম সংলগ্ন ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২২৮. ৫৪ কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ

ভাৰত-বাংলাদেশ সীমান্তৰ অসম সংলগ্ন ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২২৮. ৫৪ কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আজি অসম বিধানসভাৰ প্রশ্নোত্তৰ কালত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই কয়, যে ৰাজ্যখনৰ ধুবুৰী, দক্ষিণ শালমাৰা-ম...

November 26, 2025 7:09 PM

views 19

দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰো আহক শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। ভাৰতবৰ্ষত শ্বেত বিপ্লৱৰ সূচনা কৰা দুগ্ধ মানৱ উপাধিৰে বিভুষিত ড° ভাগিছ কুৰিয়ানৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটোক দুগ্ধ দিৱস উদযাপন কৰা হয়। দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰো আহক শীৰ্ষক বিষয়বস্তুৰে এইবাৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰা হৈছে।...

November 26, 2025 6:58 PM

views 55

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন হয়। ইয়াৰ ভিতৰত ৩ খন নতুন আৰু ১২ খন সংশোধনী বিধেয়ক আছে। সদনত উত্থাপন হোৱা নতুন বিধেয়ক অনুসৰি ৰাজ্যত নেৰিম আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ নামেৰে দুখন নতুন বিশ্ববিদ্যালয় হ'ব। আজি সদনত অপ্ৰাদেশিকীকৃত শিক্ষক-কর্মচ...

November 26, 2025 6:53 PM

views 13

বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ

বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। প্রশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই এই তথ্য প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৰাজ্যৰ মথাউৰিৰ প্ৰয়োজন থকা ১,১০০ৰ পৰা ১,১৫০ কিলোমিটাৰ দৈৰ্ঘ্যজোৰা অঞ্চলত মথা...

November 26, 2025 6:43 PM

views 23

সমগ্ৰ দেশতে সংবিধান দিৱস পালন

আজি সংবিধান দিৱস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত সংবিধানৰ প্ৰস্তাৱনা পাঠৰ গুৰি ধৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে সংবিধান ৰাষ্ট্ৰীয় পৰিচয়ৰ ভেটিস্বৰূপ আৰু ই ৰাষ্ট্ৰক ঔপনিৱেশিক মানসিকতাক পৰিহাৰ কৰি ৰাষ্ট্ৰীয় দ...

November 26, 2025 12:35 PM

views 16

শিৱসাগৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্রক্রিয়া অব্যাহত

দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুযায়ী অসমত আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ অংশ হিচাপে শিৱসাগৰ জিলাতো এই প্রক্রিয়া অব্যাহত আছে। জিলাখনত ২২ নৱেম্বৰত আৰম্ভ কৰা সংশোধনীৰ প্ৰক্ৰিয়া সফল কৰি তুলিবলৈ নিয়োগ কৰা ৭১৫ গৰাকী বি এল অ'য়ে শিৱসাগৰ, ডিমৌ আৰু নাজিৰা বিধানসভাৰ প্ৰায় ৬ লাখ ভোটাৰৰ ঘৰে ঘৰে গৈ তথ্যৰ...