June 2, 2024 1:58 PM
31
৪ জুনত জনাদেশ-২০২৪ শীর্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনজোৰা অনুষ্ঠান
আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে পৰহিলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ...