June 4, 2024 6:49 PM

views 32

বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে

দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য মতে শাসনাধিস্থিত বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে। আনহাতে, আই এন ডি এ মিত্রজোঁটে ২৯ খনত জয়লাভ কৰাৰ বিপৰীতে ২০৬ খনত আগবাঢ়ি আছে। বিজেপিয়ে অকলে ৮৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে ১৫১ খনত অগ্রগতি লাভ কৰি আছে। কংগ্ৰেছে ইতিমধ্...

June 4, 2024 5:27 PM

views 18

শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে

দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে ইতিমধ্যে ৪খন আসনত জয়লাভ কৰাৰ উপৰি ৯৩ খন আসনত আগবাঢ়ি আছে। জনতা দল ছেকুলাৰে দুখন, আম আদমী পাৰ্টী আৰু হিন্দুস্তানী আবাম মৰ্চা ছেকুলাৰে এখনকৈ আসনত জয়লাভ কৰিছে। কৰ্ণাটকৰ...

June 4, 2024 4:50 PM

views 32

উজবেকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মহিলা ফুটবল দলে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ’ব

ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।

June 4, 2024 4:44 PM

views 22

ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২ খন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে

♦ দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে দুখন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে এখন আসনত জয়লাভ কৰাৰ উপৰি ৯৮ খন আসনত আগবাঢ়ি আছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্...

June 4, 2024 4:15 PM

views 44

অসমত বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। গণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে। দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন...

June 4, 2024 4:25 PM

views 74

ৰাজ্যত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

অসমৰ ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত বানত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ...

June 4, 2024 12:11 PM

views 27

ভাৰতৰ মহিলা ফুটবল দলৰ আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূৰ্ণ খেল

ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৫ বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্রথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।

June 4, 2024 12:04 PM

views 22

ক্লাউডিয়া ছিনবামকো মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত

ক্লাউডিয়া ছিনবামকো মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁ নিকট প্রতিদ্বন্দ্বী জছিতল গালভেজ বিৰুদ্ধে জয়ী হৈ ইতিহাস সৃষ্টি কৰে। ৬১ বছৰীয়া ক্লাউডিয়া ছিলবামকো শাসনাধিস্থিত ম’ৰেনা দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

June 4, 2024 12:21 PM

views 24

অসমৰ বিভিন্ন সমষ্টিত শাসকীয় বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি লাভ

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পর্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিত নিৰ্বাচনী জিলা...

June 4, 2024 11:39 AM

views 18

দেশৰ ৫৪২খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ ২৩৭ আসনত অগ্ৰগতি লাভ

দেশৰ ৫৪২ খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২৩৭ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৯৭ খন আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজ...