June 6, 2024 11:45 AM

views 29

আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতে যোৱানিশা নিউয়ৰ্কৰ নাচাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আয়াৰলেণ্ডে ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯৬ ৰান সংগ্ৰহ কৰে। ভাৰত...

June 6, 2024 11:41 AM

views 30

ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাত আজি ৰোহন বোপন্না-মেথিউ এবডেন যুটিৰ ছেমি ফাইনেল মেচ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো আজি ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত একাদশ বাছনিপ্ৰাপ্ত ইটালীৰ ছিমন বলেলি আৰু এনড্ৰিয়া ভাভাছৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বোপন্না আৰু এবডেনৰ যুটিটোৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দশম বাছনিপ্রাপ্ত বেলজিয়ামৰ ছেণ্ডাৰ গিল...

June 6, 2024 11:40 AM

views 31

ইণ্ডোনেছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত পি ভি সিন্ধু

ভাৰতৰ আগশাৰীৰ খেলুৱৈ পি ভি সিন্ধু ইণ্ডোনেছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছে। খেলুৱৈগৰাকী কালি জাকাটাত চীনা টাইপেইৰ প্ৰতিদ্বন্দ্বী ছু ৱেন-ছিৰ বিৰুদ্ধে ১৫-২১, ২১-১৫, ১৪-২১ গেমত পৰাস্ত হয়। অৱশ্যে ভাৰতৰ অশ্বিনী পোনাপ্পা আৰু টানিছা ক্রাষ্টোৰ যুটিটো মহিলাৰ ডাবল...

June 6, 2024 11:37 AM

views 48

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত আজি কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

ভাৰত আজি কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত হ'বলগীয়া ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইখন তাৰকা খেলুৱৈ সুনীল চেত্ৰীৰ খেলুৱৈ জীৱনৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল হ'ব। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ গ্ৰুপ-এত ৪ খন খেলত ৪ পইণ্টেৰে দ্বিতীয় স্থানত আছে।...

June 6, 2024 11:35 AM

views 24

কাৰ্বি আংলঙৰ ডিলাইত ৪০ হাজাৰ য়াবা টেবলেটসহ দুজনক কৰায়ত্ত

অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে কালি কাৰ্বি আংলং জিলা আৰক্ষীয়ে জিলাখনৰ ডিলাইত অভিযান চলাই এখন বাহনত লৈ অহা অৱস্থাত ৪০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে ইয়াৰ সৰবৰাহৰ লগত জড়িত দুজন লোকক কৰায়ত্ত কৰি অধিক তথ্যৰ বাবে তেওঁলোকক জেৰা অব্যাহত ৰাখি...

June 6, 2024 11:33 AM

views 28

ৰাজ্যৰ ৫গৰাকী বিধায়ক লোকসভালৈ নিৰ্বাচিত হোৱাত ৫টা বিধানসভা সমষ্টিত উপ-নির্বাচন হোৱাটো নিশ্চিত

অসমৰ ৫ গৰাকী বিধায়ক অষ্টাদশ লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত ৫টা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য আৰু চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী লোকস...

June 6, 2024 11:31 AM

views 24

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত অসমবাসীক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ধন্যবাদ

ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচনত অসমৰ ৯খন আসন দখল কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। বাজপেয়ী ভৱনত কালি অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি শ্রীকলিতাই লগতে মিত্ৰজোঁটৰ আন ৰাজনৈতিক দলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্...

June 6, 2024 11:28 AM

views 16

মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ ঘোষণা

মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ কালিৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হয়। অৱেশ্য অহা ২০ জুনলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰীৰ পৰা মথনগুৰিলৈ যোৱা পথছোৱা আৰু মথনগুৰিৰ হেৰিটেজ চেণ্টাৰৰ লগতে নৈসর্গিক দৃশ্য উপভোগ কৰিব পাৰিব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিবছৰে ৩ মাহৰ বাবে বন্ধ ৰখা...

June 5, 2024 7:48 PM

views 22

শোণিতপুৰ আসনত বিজেপিৰ ৰঞ্জিত দত্তৰ সৰ্বাধিক ৬০.২ শতাংশ ভোট লাভ

লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি অসমৰ ১৪ খন আসনৰ ভিতৰত শোণিতপুৰ আসনখনত বিজেপিৰ ৰঞ্জিত দত্তই মুঠ গৃহীত ভোটৰ সৰ্বাধিক ৬০.২ শতাংশ লাভ কৰে। কংগ্ৰেছ দলৰ ৰকিবুল হুছেইনে মুঠ গৃহীত ভোটৰ ৫৯.৯৯ শতাংশ লাভ কৰে। শিলচৰ সমষ্টিত বিজেপিৰ পৰিমল শুক্লবৈদ্যই ৫৯.৮৯ শতাংশ ভোট লাভ কৰিছে। ইপিনে, বৰপেটা লোকসভা সমষ্টিত অসম গণ প...

June 5, 2024 7:37 PM

views 27

বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটৰ সাংসদৰ বৈঠক অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ সম্ভৱনা

বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোটৰ সাংসদসকলৰ এখন বৈঠক নতুন দিল্লীত অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছে। বিজেপি, টিডিপি, জে ডি ইউ, এল জে পি (আৰ), শিৱসেনা সিন্দে গোট, আৰু এন ডি এ মিত্ৰজোটৰ অন্য অংশীদাৰ দলৰ নৱ নিৰ্বাচিত সাংসদসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব।