March 27, 2024 6:12 PM March 27, 2024 6:12 PM
53
লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ
অহা ১৯ এপ্ৰিলত ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় নির্বাচনী জিলাত নির্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া জয়প্ৰকাশ শিৱহাৰেক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ...