November 27, 2025 1:19 PM

views 41

ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে: পীযূষ হাজৰিকা

● ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই কালি বিধানসভাৰ শীতকালীন অধিবেশনত তথ্য প্রকাশ কৰে। বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ ১,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কালিৰ প্রশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত উল্লেখ কৰ...

November 27, 2025 1:14 PM

views 33

৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

● অহা ৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।...

November 27, 2025 1:11 PM

views 24

ৰাজ্যত ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ

● ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অব্যাহত ৰাখি ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ কৰিছে। বিধানসভাত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা সদৰী কৰে। তেওঁ কয়, যে ২০২১চনৰ অক্টোবৰৰ পৰা এতিয়ালৈ মাদক দ্রব্য সৰবৰাহত সন...

November 27, 2025 1:08 PM

views 37

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি

● উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা হোৱাৰ পাছতে পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় পৰিষদে কালিৰে পৰা ৪ ডিচেম্বৰলৈ অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ পুনৰ মুকলি ৰখাৰ কথা ঘোষণা কৰিছে। একাংশ শিক্ষানুষ্ঠানৰ অনুৰোধমৰ্মে অসম ৰাজ্যিক ...

November 27, 2025 12:57 PM

views 29

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে...

November 27, 2025 1:22 PM

views 41

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি তৃতীয় দিন

● অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকা আজি পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়ে কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি বিবেচনা আৰু গৃহীত কৰোৱাৰ ব্যৱস্থা কৰা হ'ব। আজি অধিবেশনৰ বিত্তীয় কাৰ্যসূচীৰ অধীনত বিদ্যালয় শিক্ষা বিভাগৰ স...

November 27, 2025 1:05 PM

views 26

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰে এখনত সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ আৰু আনখনত উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্ৰ নি...

November 27, 2025 1:57 PM

views 24

চাইপ্ৰাছৰ সংসদৰ অধ্যক্ষ আন্বিতা ডিমেট্রিউৰ নেতৃত্বত অহা সংসদীয় প্রতিনিধি দলৰ ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ

চাইপ্ৰাছৰ সংসদৰ অধ্যক্ষ আন্বিতা ডিমেট্রিউৰ নেতৃত্বত অহা এটা সংসদীয় প্রতিনিধি দলে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে চাইপ্ৰাছৰ সৈতে কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক সন্মান আধাৰিত ভাৰতৰ সহযোগিতাৰ বিষয়ে উল্লেখ কৰে। ...

November 27, 2025 1:52 PM

views 29

ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত ড০ বাবাছাহেব আম্বেদকাৰৰ আবক্ষ মূর্তি উন্মোচন

■ সংবিধান দিৱসৰ দিনা কালি পেৰিছত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত ড০ বাবাছাহেব আম্বেদকাৰৰ এটা আবক্ষ মূর্তি উন্মোচনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। ড০ আম্বেদকাৰ আৰু সংবিধান প্রণয়নৰ ক্ষেত্ৰত তেখেতৰ ভূমিকাৰ প্ৰতি এয়া উপযুক্ত সন্মান বুলি সামাজিক মাধ্যমৰ এটা প'ষ্টত শ্রীমোদীয়ে মন্তব...

November 26, 2025 9:15 PM

views 33

নেশ্যনেল কনফাৰেন্স দলৰ নৱনিৰ্বাচিত তিনিজন ৰাজ্যসভাৰ সদস্যই ১ ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনত শপত গ্রহণ কৰিব

নেশ্যনেল কনফাৰেন্স দলৰ নৱনিৰ্বাচিত তিনিজন ৰাজ্যসভাৰ সদস্যই অহা ১ ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনৰ আৰম্ভণিৰ দিনাই শপত গ্রহণ কৰিব। আকাশবাণী জম্মু সংবাদদাতাই জনোৱা মতে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে নেশানেল কনফাৰেন্স দলৰ ছামি অবেৰয়, ছাজাদ আহমেদ কিন্তু আৰু চৌধৰী মহম্মদ ৰমজানক শপত ...