June 8, 2024 6:44 PM

views 22

দেশত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীক ইল’ন মাস্কৰ অভিনন্দন

টেছলা আৰু স্পেচ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইল’ন মাস্কে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। এক্স হেণ্ডেলত শ্ৰী মাস্কে কয় যে, তেওঁৰ কোম্পানীয়ে ভাৰতত বিনিয়োগৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। তেওঁ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাব...

June 8, 2024 6:42 PM

views 29

প্ৰাক্তন ৰে’লমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ কেলেংকাৰিৰ চূড়ান্ত অভিযোগনামা আদালতত দাখিল চিবিআইৰ

চি বি আয়ে প্ৰাক্তন ৰে'লমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ লোকসকল জড়িত থকা বহু চৰ্চিত ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ চূড়ান্ত অভিযোগনামা আদালতত দাখিল কৰিছে। বিশেষ আদালতে এই অভিযোগনামা সন্দৰ্ভত ৬ জুলাইত বিবেচনা কৰিব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৪ অক্টোবৰত আদালতে প্ৰাক্তন ৰে'ল মন্ত্ৰী লালু প্রসা...

June 8, 2024 6:40 PM

views 32

ওড়িশাত সোমবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ

ওড়িশাত সোমবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব আৰু ইয়াৰ বাবে প্ৰস্তুতি চলি আছে। এই শপতগ্রহণ অনুষ্ঠান ভুবনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী...

June 8, 2024 6:39 PM

views 18

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বিশেষ কাৰ্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে যোগ সাধনাৰ ইতিবাচক দিশ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি চলাইছে। কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু আৰু আয়ুস বৈদ্য ৰাজেশ কোটেশাই এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ...

June 8, 2024 6:37 PM

views 20

কেৰালাৰ এৰ্নাকুলাম জিলাত অগ্নিদগ্ধ হৈ দুই কন্যাসহ মাতৃৰ মৃত্যু

কেৰালাত আজি নিচেই পুৱা সংঘটিত এটা শোকাৱহ ঘটনাত দুগৰাকী কন্যাসহ মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। মৃত কন্যা দুগৰাকীৰ বয়স ৮ বছৰ আৰু ৫ বছৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ আংগামেলিত বসবাস কৰা মহিলাগৰাকীৰ ঘৰটোত আকস্মিকভাৱে জুই লগাৰ ফলতে দুৰ্ভাগ্যজনকভাৱে তিনিওৰে মৃত্যু হয়। আৰক্ষীৰ মত...

June 8, 2024 6:36 PM

views 21

বৰপেটাৰ হাউলীত তেলচোৰ চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘদিনৰ পৰা সক্ৰিয় হৈ থকা তেলচোৰৰ চক্ৰ এটাৰ এজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। টেংকাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাতে হাতে-লোটে ধৰা পৰা লোকজনৰ লগতে আৰক্ষীয়ে টেংকাৰখনৰ চালক আৰু সহকাৰীজনকো গ্রেপ্তাৰ কৰে। অৱশ্যে ঘটনাস্থলীৰ পৰা অন্য এজন অভিযুক্ত পল...

June 8, 2024 6:34 PM

views 14

বিশিষ্ট নাট্যকাৰ শুক্রাচাৰ্য ৰাভাৰ মৃত্যুবার্ষিকী উপলক্ষে গোৱালপাৰাৰ বাদুংদুপ্পা কলা কেন্দ্ৰত শ্রদ্ধাঞ্জলি অনুষ্ঠান

বিশিষ্ট নাট্যকাৰ শুক্রাচাৰ্য ৰাভাৰ ষষ্ঠ মৃত্যুবার্ষিকী উপলক্ষে আজি গোৱালপাৰা জিলাত থকা বাদুংদুপ্পা কলা কেন্দ্ৰত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে নাট্যকাৰগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। তাৰ পাছতে বাদুংদুপ্পাৰ বাকৰিত ৰাভাসকলৰ ফাৰ্কান্তি নৃত্য পৰিৱেশন কৰাৰ লগত...

June 8, 2024 6:33 PM

views 39

গুৱাহাটী ৰে’লৱে ষ্টেচনত বুজন পৰিমাণৰ ভাং জব্দ, কাৰ্বি আংলঙত হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ

ৰে’লৱে আৰক্ষীয়ে আজি গুৱাহাটী ৰে'লৱে ষ্টেচনত অভিযান চলাই বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমর্থ হয়। নিউ তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছত চলোৱা তালাচীত ৰে'লৱে আৰক্ষীয়ে প্রায় ৪৪ কিলোগ্রাম ভাং জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেৰালাৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুযায়ী লোক দুজনে নিচায...

June 8, 2024 2:54 PM

views 27

সোমবাৰে ওড়িশাত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব

ওড়িশাত সোমবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে প্ৰস্তুতি চলি আছে। এই শপতগ্রহণ অনুষ্ঠান ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্র...

June 8, 2024 2:52 PM

views 24

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে যোগ সাধনাৰ ইতিবাচক দিশ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি চলাইছে। কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু আৰু আয়ুস বৈদ্য ৰাজেশ কোটেশাই এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ...