November 27, 2025 3:47 PM

views 30

দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ...

November 27, 2025 3:45 PM

views 22

পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধৰ বাবে উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰৰ ভিডিঅ’ক খণ্ডন চৰকাৰৰ

● পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধ কৰাৰ বাবে স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা বুলি দাবী কৰা এটা ভি ডি অ' চৰকাৰে খণ্ডন কৰিছে। ডিজিটেলভাৱে সাল-সলনি কৰা ভি ডি অ'টোত ভাৰত-পাকিস্তান সংঘৰ্ষৰ সময়ত চীনা প্রযুক্তিৰ জৰিয়তে ৰাফেল বিমান ধ্বংস...

November 27, 2025 2:30 PM

views 21

ভাৰত আৰু সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰৰ অংশীদাৰিত্ব চুক্তিৰ তৃতীয়খন বৈঠক সফলভাৱে অনুষ্ঠিত

● ভাৰত আৰু সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰই ভাৰত-ইউ এ ই ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ অধীনত যুটীয়া সমিতিৰ তৃতীয়খন বৈঠক সফলভাৱে অনুষ্ঠিত কৰে। নতুন দিল্লীত কালি বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব অজয় ভাদো আৰু ইউ এ ইৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমাৰ সহকাৰী সচিব জুমা অল কেইটে এই বৈঠকত সহ-অধ্যক্ষতা কৰে। ...

November 27, 2025 2:33 PM

views 43

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে: শিক্ষামন্ত্ৰী

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ ২৩ হাজাৰ ১৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। অসম বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্ৰকাশ কৰে। ডাঃ পেগুৱে লগতে কয়...

November 27, 2025 2:26 PM

views 24

ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব। এয়া হ'ব ওড়িশা বিধানসভাক উদ্দেশি কোনো এগৰাকী ৰাষ্ট্ৰপতিৰ প্ৰথম ভাষণ। দুদিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ যাবলগীয়া ৰাষ্ট্ৰপতি মুমুৱে ভ্ৰমণকালত ওড়িশা বিধানসভাৰ ১১ নম্বৰ কক্ষটো পৰিদৰ্শন কৰিব। শ্ৰীমতী ম...

November 27, 2025 2:24 PM

views 30

ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী মোদী

● ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদত স্কাইটৰ ইনফিনিটী চৌহদ মুকলি কৰি কয়, যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয়,...

November 27, 2025 2:21 PM

views 24

সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছেঃ ৰাষ্ট্ৰপতি

সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত চাণক্য প্ৰতিৰক্ষা আলোচনা-২০২৫ত দিয়া ভাষণত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে প্ৰতিটো সুৰক্ষা প্ৰত্যাহ্বানৰ সময়ত সশস্ত্র বাহিনীস...

November 27, 2025 3:40 PM

views 26

শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী মোদী ছত্তিশগড়লৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে ছত্তিশগড়লৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব। ৰায়পুৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্য্যসূচীৰে হ'বলগীয়া এই সন্মিলনত শান্তি ৰক্ষাৰ ক্ষেত্ৰত থকা ম...

November 27, 2025 3:13 PM

views 55

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে ২০২৫-২৬ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৬ শতাংশ হ’ব বুলি পূর্বানুমান কৰিছে

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফে ২০২৫-২৬ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৬ শতাংশ হ'ব বুলি পূর্বানুমান কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে, সামগ্ৰী আৰু সেৱা কৰ - জি এছ টি ব্যৱস্থাৰ সংস্কাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা ৫০ শতাংশ প্রতি শুল্কৰ বিৰূপ প্ৰভাৱৰ পৰা ওলাই অহাত দেশক সহায় কৰিব। আই এম এফৰ...

November 27, 2025 1:00 PM

views 33

খেলৰ বাতৰি:

● ২০২৬ বৰ্ষত হ'বলগীয়া ১৭ বছৰ অনুৰ্ধৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ গ্ৰুপ-ডিৰ এখন খেলত ভাৰতে কালি চীনা টাইপেইক ৩-১ গ’লৰ ব্যৱধানৰ পৰাস্ত কৰে। আহমেদাবাদৰ এক্কা এৰিনাত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ অধিনায়ক দাল্লালমৌন গাংটেই আটাইকেইটা গ’ল দিয়ে। যোগ্যতা নির্ণয়কাৰী ...