June 13, 2024 4:35 PM

views 35

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী ইটালীলৈ বুলি ৰাওনা হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ’ব। বিদেশ সচিব বিনয় কোৱাট্টাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এই কথা প্রকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে তৃ...

June 13, 2024 4:29 PM

views 38

জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনা

জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত বিগত ৪ দিনত ৫টা গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনাত দুটা সন্ত্ৰাসবাদীকে ধৰি এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আৰু ৯ জন সাধাৰণ লোক নিহত হোৱাৰ লগতে আন ভালেমান লোক আহত হয়। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি ৭ জন নিৰাপত্তাৰক্ষী বিষয়াৰ ভিতৰত ৫ জন সৈনিক, এজন ...

June 13, 2024 4:21 PM

views 26

দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্যঃ ৰাজনাথ সিং

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী সিঙে কয় যে ভাৰতে ইতিমধ্যে ২১ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰতিৰক্ষা সা-সামগ্রী আম...

June 13, 2024 12:14 PM

views 22

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ’ব। বিদেশ সচিব বিনয় কোৱাট্ৰাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে ত...

June 13, 2024 12:12 PM

views 26

কুৱেইটৰ মাংগাফত সংঘটিত অগ্নিকাণ্ডত ৪০জন ভাৰতীয় লোকৰ মৃত্যু, ৫০জনতকৈ অধিক লোক আহত

বিদেশ মন্ত্রালয়ে জনোৱা অনুসৰি কুৱেইটৰ মাংগাফ অঞ্চলত শ্রমিক বাস কৰা এটা ভৱনত কালি সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হৈছে । দেশখনত থকা ভাৰতীয় দূতাবাসে কুৱেইট কৰ্তৃপক্ষ আৰু শ্ৰমিকসকল কৰ্মৰত কোম্পানীটোৰ পৰা ঘটনাৰ সবিশেষ সংগ্ৰহ কৰি থকা বুলি মন...

June 13, 2024 12:11 PM

views 19

কুৱেইটত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা সভা, সাহায্য ঘোষণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কুৱেইটৰ মাংগাফ অঞ্চলত শ্রমিক বাস কৰা এটা ভৱনত কালি সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱা ঘটনা সন্দৰ্ভত তেওঁৰ নতুন দিল্লীৰ বাসগৃহত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰধানমন্ত্রীয়ে এই ঘটনাক লৈ...

June 13, 2024 12:10 PM

views 20

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ কুৱেইটত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত দেশখনৰ বিদেশ মন্ত্রীৰ সৈতে আলোচনা

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কুৱেইটৰ মাংগাফ অঞ্চলত শ্রমিক বাস কৰা এটা ভৱনত কালি সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱা ঘটনা সন্দৰ্ভত কুৱেইটৰ বিদেশ মন্ত্রী আব্দুল্লা আলী আল-য়াহয়াৰ সৈতে আলোচনা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কু...

June 13, 2024 12:06 PM

views 17

দেশত বিগত মে’ত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্রাস্ফীতি ৪.৭৫ শতাংশলৈ হ্ৰাস

দেশত যোৱা মে’ত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্রাস্ফীতি ৪ দশমিক ৭-৫ শতাংশলৈ হ্ৰাস পাইছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এপ্ৰিল মাহত উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪ দশমিক ৮-৩ শতাংশ আছিল। যোৱা মাহত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ ২০২৩ চনৰ মে’ৰ পা...

June 13, 2024 12:05 PM

views 23

দেশত বিগত এপ্ৰিলত ঔদ্যোগিক উৎপাদন সূচ্যাংক ২০২৩ বৰ্ষৰ এপ্ৰিলৰ তুলনাত ৫ শতাংশ বৃদ্ধি

দেশত বিগত এপ্ৰিলত ঔদ্যোগিক উৎপাদন সূচ্যাংক যোৱা বছৰৰ এপ্ৰিলৰ তুলনাত ৫ শতাংশ বৃদ্ধি পাইছে। ২০২৩ৰ এপ্ৰিলত ঔদ্যোগিক উৎপাদনৰ হাৰ ৪ দশমিক ৬ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা এপ্ৰিলত খনন খণ্ডৰ বিকাশ হাৰ ২০২৩ চনৰ এপ্ৰিলৰ তুলনাত ৬ দশমিক ৭ শতাংশ অধিক আছিল। একেদৰে এই ...

June 13, 2024 12:03 PM

views 14

দক্ষিণ লেবাননত হিজবুল্লাহৰ জ্যেষ্ঠ কমাণ্ডাৰ ছামি তালেব আব্দুল্লাৰ হত্যা নিশ্চিত কৰিছে ইজৰাইলৰ সেনাবাহিনীয়ে

ইজৰাইলৰ সেনাবাহিনীয়ে দক্ষিণ লেবাননত হিজবুল্লাহৰ এজন জ্যেষ্ঠ কমাণ্ডাৰক দুদিন পূৰ্বে হত্যা কৰাটো নিশ্চিত কৰিছে। এটা বিবৃতিত দেশখনৰ সামৰিক বাহিনীয়ে কয় যে আক্ৰমণত হিজবুল্লাহৰ নাছাৰ ইউনিটৰ কমাণ্ডাৰ ছামি তালেব আব্দুল্লাক হত্যা কৰা হৈছে। তেওঁ দক্ষিণ লেবাননত হিজবুল্লাহৰ অন্যতম জ্যেষ্ঠ কমাণ্ডাৰ আছিল। লেবা...