June 17, 2024 12:37 PM

views 28

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ ৰূপনগৰত নির্মীয়মান কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ ৰূপনগৰত নির্মীয়মান অৱস্থাত থকা কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণকাৰ্যৰ খতিয়ান লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কার্যালয়টো চলিত বছৰৰ শেষৰ ফালে মুকলি কৰা হব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, চলিত বছৰৰ শেষৰ পৰা ৰ...

June 17, 2024 12:35 PM

views 21

কিউবাত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্ত অসমৰ হাফলঙৰ আমস্ট্রং চাংছন

অসমৰ হাফলঙৰ আমস্ট্রং চাংছন কিউবাত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্ত লাভ কৰিছে। ১৯৯৭ বেটছৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া অসমৰ টি আমস্ট্রং চাংছনক বিদেশ মন্ত্র্যলয়ে কিউবাৰ ৰাষ্ট্রদূত নিযুক্তি দিছে। ইয়াৰ পূৰ্বে চাংছন ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ত যুটীয়া সচিব পদত কৰ্মৰত আছিল। উল্লেখযোগ্য যে দেশৰ অন্যতম দক্ষ ...

June 17, 2024 12:27 PM

views 19

কেন্দ্রীয় কয়লা আৰু খনি, ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ

কেন্দ্রীয় কয়লা আৰু খনি, ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ৰাজ্যৰ সমৃদ্ধিশালী খনিজাত সম্পদৰ উপযুক্ত ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰীৰ বৈঠকত ৰাজ্যত অব্যহাৰিত হৈ থকা খনিজাত সম্পদৰ ব্যৱহাৰ বাবে এখন উচ্...

June 17, 2024 12:19 PM

views 35

ছিকিমৰ মংগন জিলাত আবদ্ধ ১২শৰো অধিক পৰ্যটকক উদ্ধাৰৰ বাবে অভিযান

ছিকিমৰ মংগন জিলাত আবদ্ধ হৈ থকা ১২শৰো অধিক পৰ্যটকক উদ্ধাৰ কৰাৰ বাবে অভিযান আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু যদিহে বতৰ পুনৰ বেয়া হয় তেন্তে উদ্ধাৰ অভিযান বিলম্ব হ'ব পাৰে। চুংথাঙৰ মহকুমা দণ্ডাধীশ কিৰন থাটালে কৈছে যে, বতৰ ফৰকাল হলে বিমান অথবা পথেৰে উদ্ধাৰ অভিযান চলোৱা হ'ব। তেওঁ কয় যে, আবদ্ধ হৈ থকা...

June 17, 2024 12:15 PM

views 18

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। অমৰনাথ তীর্থযাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিক পর্যালোচনা কৰাৰ বাবে শ্ৰীশ্বাহে আহ্বান কৰা দুখন বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত জেনেৰেল পাণ্ডেই মন্ত্ৰীগৰাকীক সাক...

June 17, 2024 12:12 PM

views 21

অমৰনাথ যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া আৰম্ভ

চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। শ্রীঅমৰনাথজী শ্রাইন বোর্ডে ৫২ দিনৰ শ্ৰীঅমৰনাথ যাত্ৰাৰ বাবে বালতাল আৰু পেহেলগাম যাত্রাপথ দুয়োটাৰ বাবে এই সুবিধা আৰম্ভ কৰিছে। এখন বিজ্ঞপ্তিযোগে বোর্ডে কৈছে যে, অহা ২৯ জুনৰ পৰা অমৰনাথৰ বাৰ্ষিক তীর্থযাত্ৰা আৰম্ভ হ'ব আৰু...

June 17, 2024 12:04 PM

views 65

আকাশবাণী দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ বিশেষজ্ঞ ডাঃ সুৰক্ষিত গোস্বামী আৰু যোগ চিকিৎসা কাৰ্যসূচী বিষয়া ডাঃ ঈশ্বৰ এন আচাৰ্য্যৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ...

June 17, 2024 12:01 PM

views 24

টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত পাকিস্তানৰ হাতত আয়াৰলেণ্ড তিনি উইকেটত পৰাস্ত

টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাৰ ফ্ল'ৰিডাত কালি নিশা অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক তিনি উইকেটত পৰাস্ত কৰে। ১০৭ ৰানৰ লক্ষ্য সমুখত লৈ পাকিস্তানে ১৮ অভাৰ ৫ টা বলত ৭টা উইকেট হেৰুৱাই ১১১ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ অধিনায়ক বাবৰ আজমে ৩২ ৰান কৰি অপৰাজিত হৈ ৰয়। আয়াৰলেণ্ডৰ হৈ বেৰী মেককাৰ্থ...

June 17, 2024 11:54 AM

views 24

ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা

ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহা আজি সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ উছাহ পৰিলক্ষিত হৈছে। ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। পুৱা সমূহীয়া নামাজৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাব ভিন্ন প্রান্ততো ঈদ-উজ-জোহা উদয...

June 17, 2024 11:44 AM

views 22

ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ সাক্ষাৎ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি নতুন দিল্লীত ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীৰিজিজুৱে কয় যে, এই সাক্ষাতৰ সময়ত শ্ৰী খাৰ্গেই নিজৰ জীৱনৰ বহুতো বহুমূলীয়া অভিজ্ঞতাৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰে। তেওঁ কয় যে, তেওঁলো...