June 19, 2024 9:13 PM

views 25

আগশাৰীৰ অৰ্থনীতিবিদসকলৰে প্ৰথমলানি প্রাক্-বাজেট আলোচনা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট প্রস্তুতিৰ অংশ হিচাপে আজি নতুন দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে প্ৰথমলানি প্রাক বাজেট আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, বিত্ত সচিব, অর্থনৈতিক পৰিক্ৰমা, ৰাজহ, বিত্তীয় সেৱা আৰু কোম্পানী পৰিক্ৰমা বিভাগৰ সচ...

June 19, 2024 9:10 PM

views 22

সংসদ ভৱন চৌহদৰ বিশিষ্ট নেতাৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ প্ৰশ্ন উত্থাপন

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই সংসদ ভৱন চৌহদত থকা বিশিষ্ট নেতাসকলৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মহাত্মা গান্ধী, ড০ বাবাচাহেব আম্বেদকাৰ আৰু অন্য ৰাষ্ট্ৰীয় নেতাসকলৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানলৈ পুনৰ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে। শ্রীখার্গে আজি এ...

June 19, 2024 9:03 PM

views 25

ৰক্তাল্পতা ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ ভাষণ

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কৈছে যে, কেৱল জনজাতীয় লোকসকল ৰক্তাল্পতা ৰোগত ভূগে বুলি সমাজত এটা ভুল ধাৰণা আছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত আয়োজিত ৰক্তাল্পতা ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি বিষয়ক এখন ৰাষ্ট্ৰীয় সন্মিলনত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীওৰামে কয...

June 19, 2024 9:00 PM

views 19

বিশ্ব Sickle cell ৰক্তাল্পতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, Sickle cell ৰক্তাল্পতা ৰোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ চৰকাৰে প্ৰযুক্তিৰ সামৰ্থ ব্যৱহাৰ কৰিছে। বিশ্ব Sickle cell ৰক্তাল্পতা দিৱস উপলক্ষে শ্রীমোদীয়ে এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বা...

June 19, 2024 8:56 PM

views 24

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি দিল্লী আৱকাৰী নীতি সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু এজন অন্য অভিযুক্ত বিনোদ চৌহানৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি কৰিছে। ন্যায়িক জিম্মাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছত তিহাৰ কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আদালতৰ সন্মুখত হাজিৰ হো...

June 19, 2024 8:54 PM

views 22

কাইলৈ দুদিনীয়া কাৰ্যসূুচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু-কাশ্মীৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু কাশ্মীৰলৈ যাব। তাত তেওঁ এহেজাৰ ৫শ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ৮৪ টা গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে লগতে কাইলৈ শ্ৰীনগৰত আয়োজিত যুৱ প্ৰজন্মৰ সৱলিকৰণ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তন শীৰ্ষক এটা অনুষ...

June 19, 2024 8:50 PM

views 32

প্রাক্তন কংগ্ৰেছ নেত্ৰী কিৰণ চৌধুৰী আৰু শ্ৰুতি চৌধুৰীৰ বিজেপি দলত যোগদান

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি নতুন দিল্লীত প্রাক্তন কংগ্ৰেছ নেত্ৰী কিৰণ চৌধুৰী আৰু তেওঁৰ জীয়ৰী শ্ৰুতি চৌধুৰীয়ে বিজেপি দলত যোগদান কৰে। তেওঁলোকে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াৱ সিং ছাইনী, সাংসদ মনোহৰ লাল খট্টৰ আৰু দলৰ অন্যান্য নেতাৰ উপস্থিতিত দলটোত যোগ দিয়ে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ...

June 19, 2024 8:48 PM

views 22

শশাংকাসনৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা ভিডিঅ’ প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ

কাইলৈ অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণ উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে শশাংকাসনৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা এটা ভিডিঅ' প্ৰচাৰ কৰিছে। ভিডিঅ'টোৰ জৰিয়তে এই আসনৰ উপকাৰিতা সম্পৰ্কে বৰ্ণনা কৰাৰ লগতে কি দৰে এই যোগাসন কৰিব লাগে সেই সম্পর্কে বিশদভাৱে বৰ্ণন...

June 19, 2024 8:45 PM

views 20

দিল্লীত জলসংকটৰ পৰিপ্ৰেক্ষিতত পানী বিতৰণ কেন্দ্ৰত জনসাধাৰণৰ ভিৰ

দিল্লীত জলসংকট অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰখনৰ জনসাধাৰণে পানী বিতৰণ কেন্দ্ৰসমূহত গোট খাইছে। ৰাজধানী নগৰখনৰ বাসিন্দাসকলে পানী বিতৰণ কেন্দ্ৰসমূহৰ পৰা প্লাষ্টিকৰ যতন আৰু বাল্টিৰে পানী সংগ্ৰহৰ বাবে গোট খোৱা দেখা গৈছে। দিল্লী মহানগৰৰ বিভিন্ন এলেকা যেনে - সংগম বিহাৰ, মেহৰুলি, বসন্ত বিহাৰ, ওখলা, বসন্ত...

June 19, 2024 8:41 PM

views 21

অৰুণাচল প্ৰদেশত নেৰানেপেৰাকৈ প্ৰৱল বৰষুণ অব্যাহত

বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত নেৰানেপেৰাকৈ প্ৰৱল বৰষুণ অব্যাহত আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ পূব কামেং, পাপুমপাৰে আৰু ল'ৱাৰ দিবাং ভেলী জিলাত ৰেড এলার্ট জাৰি কৰিছে। একেদৰে ৯ খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু বাকী জিলা কেইখনত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। কাৰছিংছা এলেকাত হঠাৎ অহা বানে ৪১৫ নম্...