June 20, 2024 7:33 PM

views 33

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত আজি মন্তব্য কৰিছে। তেওঁ কয় যে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষিপ্ৰতাৰে কাম কৰি আছে। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ কেইবাখনো নৈ-উপনৈৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলেও বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যম...

June 20, 2024 6:41 PM

views 33

তামিলনাডুত বিষাক্ত সুৰাপানৰ ফলত ৩৫ জন লোকৰ প্রাণহানি মৃত্যু হোৱা লোকৰ পৰিয়াললৈ তামিলনাড়ু চৰকাৰৰ এককালীন সাহায্য ঘোষণা

তামিলনাডুৰ কল্লাকুৰিচিত কালি বিষাক্ত সুৰাপান কৰাৰ ফলত ৩৫ জন লোকে প্রাণ হেৰুৱাইছে আৰু অন্য ১০০ জনৰো অধিক লোক অসুস্থ হৈ পৰিছে। অসুস্থ লোকসকলক পুড়ুচেৰীৰ কল্লাকুৰিচি, ছালেম আৰু জিপমেৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। কল্লাকুৰিচিৰ জিলাধিপতিক ইতিমধ্যে বদলি কৰাৰ উপৰি উপ আৰক্ষী অধীক্ষককে ধৰি আন ...

June 20, 2024 6:11 PM

views 23

সূৰজকুণ্ডত এক পেড় মা কে নাম শীর্ষক কাৰ্যসূচীত ভূপেন্দৰ যাদৱৰ অংশগ্ৰহণ

কেন্দ্রীয় বন, পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রী ভূপেন্দৰ যাদৱে আজি সূৰজকুণ্ড এলেকাত এক পেড় মা কে নাম শীর্ষক কাৰ্যসূচীৰ অধীনত মন্ত্ৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে গছপুলি ৰোপণৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত এখন প্রদর্শনীও তেওঁ পৰিদৰ্শন কৰে। অনুষ্ঠানত ভাষণ দি দিল্লীৰ উপ ৰাজ্যপাল বিনয়...

June 20, 2024 6:07 PM

views 23

জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মক উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মৰ জন্মদিন উপলক্ষে আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু তেওঁ পত্নী ডº সুৰেশ ধনখড়ে ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুক সাক্ষাৎ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাজহুৱা জীৱনত ৰাষ্ট্ৰপতিগৰাকীৰ সমৃদ্ধ অৱদানৰ কথা স্মৰণ কৰাৰ লগতে শ্রীমতী মুৰ্মৰ সুখ আৰু সুস্বাস...

June 20, 2024 5:47 PM

অহা ৩০ জুনত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হবলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্রতি আহ্বান জনাই...

June 20, 2024 12:18 PM

views 16

কেন্দ্ৰীয় কেবিনেটত ১৪বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিকে ধৰি ৫টা গুৰুত্ৱপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে ১৪বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি, মহাৰাষ্ট্ৰৰ ৱধাৱন বন্দৰ বিকশাই তোলা আৰু গুজৰাট আৰু তামিলনাডুত সমুদ্র তীৰৰ সমীপত প্ৰথম পৱন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে লগতে বাৰানসী বিমান বন্দৰৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি উন্নয়নৰ হকেও সিদ্ধান্ত গ্রহণ কৰিছে।...

June 20, 2024 12:16 PM

views 25

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে নিৰন্তৰ পদক্ষেপ লৈ আহিছে। চৰকাৰ সমগ্ৰ দেশত যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে বদ্ধপৰিকৰ বুলি শ্রীমোডীয়ে মন্তব্য কৰে। তেওঁ কয় যে বা...

June 20, 2024 12:12 PM

views 19

বিশ্ববিদ্যালয় অনুদান আয়োগৰ জুনৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল

চৰকাৰে জুনত অনুষ্ঠিত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল কৰিছে। পৰীক্ষাৰ নতুন সূচী আৰু তথ্য পুনৰ প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই দাখিল কৰা কিছু তথ্যৰ পাছতে পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হয়। বিষয়টোৰ তদন্তৰ ভাৰ ক...

June 20, 2024 12:10 PM

views 23

দুদিনীয়া ভ্ৰমণসূচীৰে আজি জম্মু কাশ্মীৰলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু কাশ্মীৰলৈ যাব। তাত তেওঁ এহেজাৰ ৫শ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ৮৪ টা গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে আজি শ্ৰীনগৰত আয়োজিত যুৱ প্ৰজন্মৰ সৱলীকৰণ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তন শীৰ্ষক এটা অনুষ্ঠানত অংশ...

June 20, 2024 12:08 PM

views 22

আকাশবাণীৰ ৩০ জুনৰ ‘মন কী বাত’ৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান...