July 4, 2024 12:47 PM

views 29

অগ্নিবীৰ অজয় কুমাৰক প্ৰদান কৰা ধনৰাশি সন্দৰ্ভত স্পষ্টীকৰণ ভাৰতীয় সেনা বাহিনীৰ

ভাৰতীয় সেনা বাহিনীয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অগ্নিবীৰ অজয় কুমাৰক চৰকাৰে প্ৰদান কৰা ধনৰাশি সন্দৰ্ভত স্পষ্টীকৰণ দিছে। সেনা বাহিনীয়ে কয় যে, অগ্নিবীৰ অজয়ৰ পৰিয়ালক ধনৰাশিৰ ৯৮ লাখ ৩৯ হাজাৰ টকা ইতিমধ্যে প্ৰদান কৰা হৈছে। সেনা বাহিনীয়ে লগতে কয় যে, অগ্নিবীৰ আঁচনি অনুসৰি প্ৰায় ৬৭ লাখ টকাৰ...

July 4, 2024 12:46 PM

views 19

স্মার্ট চিটী মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৯০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি চৰকাৰৰ প্ৰকাশ

চৰকাৰে কৈছে যে, স্মার্ট চিটী মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ১০০ খন চহৰৰ ১ লাখ ৪৪ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ ৯০ শতাংশ কাম সম্পূৰ্ণ কৰা হৈছে। স্মাৰ্ট সমাধানৰ জৰিয়তে আন্তঃগাঁথনি আৰু নিকা তথা বহনক্ষম বাতাবৰণৰ মাধ্যমেৰে নাগৰিকসকলক গুণগত জীৱন প্ৰদানৰ উদ্দেশ্যে ২০১৫ চনত এই...

July 4, 2024 12:44 PM

views 29

চৰকাৰৰ কেবিনেট কমিটীসমূহ গঠন

চৰকাৰে কেবিনেট কমিটীসমূহ গঠন কৰিছে। সেই অনুসাৰে অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীত ১১ গৰাকী সদস্য থাকিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ অধ্যক্ষতা কৰিব। কমিটীত বাকী সকস্যসকলক ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমন, কৃষিমন্ত্রী শিৱৰাজ সি...

July 3, 2024 8:42 PM

views 30

হেমন্ত চোৰেণ পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাঘজৰী ল’বলৈ সাজু

ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্য্যবাহী সভাপতি হেমন্ত চোৰেণ পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাঘজৰী ল'বলৈ সাজু হৈছে। আজি অনুষ্ঠিত আই এন ডি আই মিত্ৰজোটৰ জে জে এম, কংগ্ৰেছ আৰু আৰ জে ডিৰ বিধায়কসকলৰ বৈঠকত হেমন্ত চোৰেণক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্রী চম্পা চোৰেণৰ ৰাঁচীৰ ব...

July 3, 2024 8:37 PM

views 32

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি

দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি আৱকাৰী নীতি সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি কৰে। ন্যায়ালয়ে এই একেটা গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মণীষ ছিছ'ডিয়া আৰু বি আৰ এছৰ বিধায়ক কে কবিতাৰ ন্যায়িক জিম্মাৰ ম্যাদো ২৫ জুলাইলৈ বৃদ্ধ...

July 3, 2024 8:32 PM

views 27

উত্তৰ প্ৰদেশত পদপিষ্ট ঘটনাৰ বলি হোৱা লোকক সাক্ষাৎ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি হাথৰছ চৰকাৰী চিকিৎসালয়ত পদপিষ্টৰ ঘটনাৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰে আৰু মুখ্য সচিব মনোজ কুমাৰ সিং আৰু মন্ত্ৰীসকলৰ সৈতে পৰ্য্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে পদপিষ্ট হোৱা ঠায়ো পৰিদৰ্শন কৰে। কালি সংঘটিত এই ঘটনাত ১২১ জন লোকে প্ৰাণ হেৰুৱাইছে।...

July 3, 2024 8:07 PM

views 24

সংসদৰ অধিৱেশনৰ পাছত বিৰোধী পক্ষৰ আচৰণক লৈ ৰাজ্যসভাৰ সভাপতিৰ অসন্তুষ্টি প্ৰকাশ

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদৰ অধিৱেশনৰ সামৰণিৰ পাছত বিৰোধী পক্ষৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। অধিৱেশনৰ অন্তত দিয়া বিবৃতিত শ্রীধনখড়ে বিৰোধী পক্ষৰ নেতাগৰাকী সদনৰ মজিয়ালৈ উঠি যোৱা কাৰ্য্যক সংসদীয় আচৰণ আৰু গৰিমাৰ অপমান বুলি অভিহিত কৰে। সংসদক আলাপ-আলোচনা আৰু বিতৰ্কৰ মন্দিৰ বুলি আখ্যা দি ...

July 3, 2024 8:04 PM

views 21

চৰকাৰে মণিপুৰৰ পৰিস্থিতি সূচল কৰাৰ বাবে অহৰহ প্রয়াস চলাই আছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, চৰকাৰে মণিপুৰৰ পৰিস্থিতি সুচল কৰি তোলাৰ বাবে অহৰহ প্রয়াস চলাই আছে। ৰাজ্যসভাত আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কে আলোচনাৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ...

July 3, 2024 8:00 PM

views 23

ৰাজ্যসভাৰ কাৰ্য্যক্ৰমণিকা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত

ৰাজ্যসভাৰ কাৰ্য্যক্ৰমণিকা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। উচ্চ সদনে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত সভাপতি জগদীপ ধনখড়ে আজি এই সম্পৰ্কে ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ২৬৪ সংখ্যক অধিৱেশনৰ সামৰণি পৰাৰ পাছত সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি তথা উচ্চ সদনৰ সভাপতি জ...

July 3, 2024 7:43 PM

views 21

অসমত কাইলৈৰ পৰা সম্পূর্ণতা অভিযান আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা আৰম্ভ কৰা সম্পূর্ণতা অভিযান অসমত কাইলৈ আৰম্ভ হ'ব। অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত, সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত কাইলৈৰপৰা এই অভিযান ৰূপায়ণ কৰা হ'ব। বর্তমানে উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলসমূহ সামৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলসমূ...