November 30, 2025 12:40 PM

views 15

বিশ্বনাথ জিলাৰ গহপুৰত সংঘটিত ডকাইতি ঘটনাৰ সৈতে জড়িত ২ জন লোকক গ্ৰেপ্তাৰ

বিশ্বনাথ জিলাৰ গহপুৰত সংঘটিত ডকাইতি ঘটনাৰ সৈতে জড়িত ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৭ নৱেম্বৰত গহপুৰৰ পুৰুপবাৰীৰ এটা পেট্রল পাম্পৰ মেনেজাৰৰ ৰৈ থকা বাহনৰ পৰা অজ্ঞাত দুস্কৃতিকাৰীয়ে আঢ়ৈ লাখতকৈ অধিক টকা ডকাইতি কৰিছিল। গহপুৰ আৰক্ষীয়ে ধেমাজী আৰক্ষীৰ সহযোগত অভিযান চলাই কালি বহিঃৰাজ্যৰ দুজন লোকক গ্ৰেপ্ত...

November 30, 2025 12:30 PM

views 21

১ নৱেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সংসদৰ শীতকালিন অধিবেশন

সংসদৰ শীতকালিন অধিবেশন কাইলৈ আৰম্ভ হ'ব। ১৯ ডিচেম্বৰত এই অধিৱেশনৰ সামৰণি পৰিব। অধিৱেশৰ পূৰ্বে চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কা...

November 30, 2025 12:25 PM

views 34

ISROই চন্দ্রযান-২ৰ বিফলতাক জয় কৰি চন্দ্ৰযান-৩ৰ সফল হোৱাৰ কাহিনীক বিকশিত ভাৰতৰ ভেটি বুলি মন কি বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

সামাজিক মাধ্যমত ISROই আয়োজন কৰা এটি বিশেষ ড্রোণ উৰুৱা প্রতিযোগিতাৰ ভিডিঅৰ কথা উল্লেখ কৰি মন কি বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্রতিযোগীসকলে মঙ্গলগ্ৰহৰ দৰে পৰিৱেশত ড্রোণ উৰুৱাবলৈ চেষ্টা কৰিছিল।  ই তেওঁক আন এটি দৃশ্য মনত পেলাই দিলে— বৈজ্ঞানিকসকলে চন্দ্রযান-২ ৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলোৱাৰ ...

November 30, 2025 12:14 PM

views 41

মন কি বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌ পালনেৰে ব্যৱসায়ত অধিক উপাৰ্জনৰে স্বাৱলম্বিতা গঢ়াৰ আহ্বান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কি বাত অনুষ্ঠানত মৌ উৎপাদন আৰু ব্যৱসায়ৰ কথা উল্লেখ কৰি কয় যে  মৌৰ সোৱাদ আৰু মৌৰ আহৰণত কিমান পৰিক্ৰমা জড়িত হৈ থাকে আৰু প্ৰকৃতিৰ সৈতে সন্তুলন ৰক্ষা কৰি কাম কৰা হয়। কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত হোৱা বন তুলসী অর্থাৎ চুলাই নামৰ ফুলবিধৰ ৰসৰ পৰা আহৰণ কৰা বগা মৌক ৰ...

November 30, 2025 11:58 AM

views 23

নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলিকৃত মাটিত উচ্ছেদ অভিযান অব্যাহত

নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলিকৃত মাটিত উচ্ছেদ অভিযান অব্যাহত আছে। কালি লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ চানখোলা, কান্দাপাৰা, জুৰিৰপাৰ, বেদেৰীপাৰ, আৰু মাজগাঁৱত অবৈধভাৱে বাস কৰা পৰিয়ালসমহুক উচ্ছেদ কৰাৰ পাছত জিলা প্রশাসনে আৰক্ষী আৰু বন বিভাগৰ সহযোগত আজি দখলিকৃত বাকী অ...

November 30, 2025 11:53 AM

views 25

সেনা বাহিনীৰ বাবে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানত অংশ লোৱা তিনিগৰাকী জনপ্রিয় ঘোষকৰ অনুভৱ আৰু অভিজ্ঞতাৰে দৃষ্টিপাত অনুষ্ঠান

দেশৰ সুৰক্ষাৰ সেৱাত নিয়োজিত সেনা বাহিনীৰ বাবে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানত অংশ লোৱা তিনিগৰাকী জনপ্রিয় ঘোষকৰ অনুভৱ আৰু অভিজ্ঞতাৰে কালি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অংশ লৈ প্রাক্তন ঘোষিকা তথা অনুষ্ঠান প্রস্তুতকর্তা তাপসী সেনগুপ্ত, সাধনা ফুকন আৰু দিবাকৰ গোস্বামীয়ে অন...

November 30, 2025 11:48 AM

views 24

ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাত ওমানক ১৭-০ গ’লত পৰাস্ত কৰে

ভাৰতে যোৱা নিশা চেন্নাইত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ পুল-বিৰ এখন খেলত ওমানক ১৭-০ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ দিলৰাজ সিঙে ৪ টা, মনমীত সিং আৰু অৰ্শদীপ সিঙে তিনিটাকৈ গ'ল দিয়ে। ইয়াৰ পূৰ্বে ভাৰতে পুল পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলত চিলিক ৭-০ গ'লত পৰাভূত কৰিছিল। দুখন খেলত ২৪ টা গ'ল দি ভাৰ...

November 30, 2025 11:46 AM

views 19

লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগতাত ভাৰত দুটা শিতানৰ ফাইনেলত অৱতীৰ্ণ

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগতাত আজি ভাৰতৰ দুটা শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছৰ ফাইনেলত কিদাম্বি শ্রীকান্ত হংকঙৰ জেছন গুনাৱনৰ সন্মুখীন হ'ব। খেলখন বিয়লি তিনি বাজি ২০ মিনিটত আৰম্ভ হ'ব। শ্রীকান্তে যোৱা নিশা চেমিফাইনেলত ভাৰতৰে আন এগৰাকী খেলুৱৈ ...

November 30, 2025 11:45 AM

views 30

দেশৰ মুঠ ৩৩৮ খন বিমানৰ ভিতৰত ২৭০ খনৰ ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে জনাইছে যে দেশৰ মুঠ ৩৩৮ খন বিমানৰ ভিতৰত ২৭০ খনৰ ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰে ভিতৰত ইণ্ডিগ', এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান আছে। বাকী ৬৮ খন বিমানৰো ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব বুলি সঞ্চালকালয়ে জান...

November 30, 2025 11:38 AM

views 37

থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছিহাচক ফুৱাঙকেটকিউ চাৰিদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে দিল্লীত উপস্থিত

থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছিহাচক ফুৱাঙকেটকিউ চাৰি দিনীয়া ভাৰত ভ্ৰমণ সূচীলৈ দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে যোৱা নিশা তেওঁক আদৰণি জনাই কয়, যে এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু স্থায়ী সম্পর্ক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে...