July 8, 2024 8:35 PM

views 21

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মস্কোত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি মস্কোত উপস্থিত হৈছে। মস্কো বিমানবন্দৰত শ্ৰীমোদীক সম্ভাষণ জনোৱা হয়। দেশখনৰ প্ৰথমজন উপ প্রধানমন্ত্রী ডেনিছ মণ্টুৰোভে প্রধানমন্ত্রী মোদীক আদৰণি জনায়। ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্...

July 8, 2024 8:31 PM

views 26

চলিত বৰ্ষত তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ সকলো আনুষ্ঠানিকতা চূড়ান্ত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্ঠবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়া স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তি সন্দৰ্ভত বিস্ত...

July 8, 2024 8:25 PM

views 27

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে যোৱা পহিলা জুলাইৰ পৰা বাক্সা জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কালি সন্ধিয়া প্ৰচাৰিত আকাশবাণী গুৱাহাটীৰ চলন্তিকা অনুষ্ঠানত আয়ুক্ত কৃষ্ণা বৰুৱাই জিলাখনত ৰূপায়ণ হৈ থকা সম্পূর্ণতা অভিযানৰ খতিয়ান দাঙি ধৰে।...

July 8, 2024 8:21 PM

views 30

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কংগ্ৰেছ সাংসদ তথা বিৰোধীৰ দলপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সাংসদগৰাকীয়ে আজি কাছাৰ জিলাৰ ফুলেৰতলৰ বান শিবিৰ পৰ্যৱেক্ষণ কৰি বন্যাৰ্তসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপত...

July 8, 2024 8:18 PM

views 27

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত ...

July 8, 2024 6:51 PM

views 21

ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড সেনাবাহিনীৰ থাইলেণ্ডৰ মৈত্রী ২০২৪ সামৰিক অনুশীলন

ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড সেনাবাহিনীয়ে যৌথভাৱে থাইলেণ্ডৰ মৈত্রী ২০২৪ সামৰিক অনুশীলন চলাই আছে। এই অনুশীলনে ৰাষ্ট্ৰসংঘৰ চনদৰ অধীনত সামৰিক সহযোগিতা বৃদ্ধি আৰু দুয়োখন ৰাষ্ট্ৰৰ কার্যকৰী ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। জনসম্পৰ্কৰক্ষী বিষয়াৰ এক বিজ্ঞপ্তি অনুসৰি দুয়োটা দলৰ ...

July 8, 2024 6:45 PM

views 59

আকাশবাণীৰ পাৱলিক স্পীকত আজি ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ন বজাত ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ Gastroenterology বিভাগৰ অধ্যাপক ডাঃ গোৱিন্দ কে মাখাৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ শিশু...

July 8, 2024 6:43 PM

views 16

শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি

জম্মু কাশ্মীৰত স্বাস্থ্যসেৱা সঞ্চালকালয়ে শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বাবে বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি কৰিছে। এই এম্বুলেঞ্চৰ দ্বাৰা তীর্থযাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত সন্মুখীন হোৱা জটিল স্বাস্থ্যজনিত সেৱা আগবঢ়োৱা হ'ব। কাশ্মীৰৰ স্বাস্থ্যসেৱা সঞ্চালক ডº মুস্তাক আহমদ ৰাথাৰে চিকিৎসা শিক্ষা আৰু স্বাস...

July 8, 2024 6:41 PM

views 25

ৰাজ্যত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬...

July 8, 2024 6:28 PM

views 30

ৰাজ্যত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬...