July 9, 2024 7:03 PM

views 41

মস্কোত আজি ভাৰতীয় সম্প্ৰদায়ৰ লোকৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপি চৰকাৰে তৃতীয় কাৰ্যকালত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাছিয়াৰ মস্কোত আজি ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি ভাৰত নিৰ্ধাৰণ কৰা যিকোন...

July 9, 2024 12:27 PM

views 16

মস্কোত ২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মস্কোত ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে অংশগ্রহণ কৰিব। সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি, পর্যটন আৰু পৰস্পৰৰ মাজৰ বিনিময় আদি দ্বিপাক্ষিক বিষয...

July 9, 2024 12:26 PM

views 28

বিৰোধী নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ, ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্ত হৈ শিবিৰত থকা লোকৰ সৈতে বাৰ্তালাপ

বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি এদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰে। তেওঁ ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হৈ বিভিন্ন শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে। ইম্ফলত কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক হিংসাৰ বাট পৰ...

July 9, 2024 12:24 PM

views 23

জম্মু-কাশ্মীৰত লেন্সনায়ক প্ৰদীপ নেইন শ্বহীদ হোৱা ঘটনাত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিঙৰ গভীৰ শোক প্ৰকাশ

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিঙে জম্মু-কাশ্মীৰৰ কুলগাঁৱৰ জিন্দ জিলাৰ জাজনৱালা গাঁৱত লেন্সনায়ক প্ৰদীপ নেইন শ্বহীদ হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে কয় যে, চৰকাৰৰ নীতি অনুসৰি শ্বহীদগৰাকীৰ পৰিয়াললৈ এক কোটি টকাৰ এককালীন সাহ...

July 9, 2024 12:21 PM

views 20

ওড়িশাত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ৰথ তিনিখন ঘুনুচা মন্দিৰত উপস্থিত

ওড়িশাত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ৰথ তিনিখন কালি বিয়লি ঘুনুচা মন্দিৰত উপস্থিত হয়। ইয়াৰ জৰিয়তে পৰহি আৰম্ভ হোৱা বিশ্ব বিখ্যাত ৰথ যাত্ৰাৰ প্ৰথম খেপৰ সামৰণি পৰে। সহস্রাধিক ভক্তই ৰথ টানি নিয়া কার্যত ভাগ লোৱাৰ লগতে লক্ষাধিক ভক্তই এই ৰথযাত্ৰা দৰ্শন কৰিবলৈ পুৰীৰ গ্ৰেণ্ড ৰোডত সমৱেত হ...

July 9, 2024 12:20 PM

views 18

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি থিৰুৱনন্তপুৰত ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক সভাত ভাগ ল’ব

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি থিৰুৱনন্তপুৰত ৰাজ্যিক বিজেপিৰ এখন কার্যনির্বাহক সভাত ভাগ লোৱাৰ বাবে কেৰালালৈ যাব। দলৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম শাখাৰ মুৰব্বী অনিল বালুনিয়ে প্ৰকাশ কৰা অনুসৰি এয়া হ'ল লোকসভা নিৰ্বাচনৰ পাছত শ্ৰী নাড্ডাৰ প্ৰথমটো কেৰালা ভ্রমণ। তেওঁ কয় যে সদ্যসমাপ্ত লোকসভা নিৰ্...

July 9, 2024 12:19 PM

views 14

গগন নাৰঙক পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলৰ ‘ছেফ দ্যা মিছন’ ঘোষণা

ভাৰতীয় অলিম্পিক সংস্থা (আই অ’ এ)ই গগন নাৰঙক ২৬ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া ভাৰতীয় দলৰ ‘ছেফ দ্যা মিছন’ হিচাপে ঘোষণা কৰিছে। চাৰিবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা তথা ২০১২ চনৰ অলিম্পিক ক্রীড়া সমাৰোহৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা গগন নাৰঙ...

July 9, 2024 12:18 PM

views 23

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্রিকেট দলৰ আজি তৃতীয়খন টি-২০ মেচ

ভাৰতীয় মহিলা ক্রিকেট দলটো আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া সাত বজাত আৰম্ভ হ'ব। শৃংখলাটোৰ প্ৰথমখন খেলত একেখন ষ্টেডিয়ামতে আলহী দলটোৱে ভাৰতক ১২ ৰানৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে দ্বিত...

July 9, 2024 12:16 PM

views 21

উইম্বলডন টেনিছত ছাৰ্বিয়াৰ ন’ভাক জক’ভিছ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেইলৰ ফ্ৰীটজ কোৱাৰ্টাৰ ফাইনেলত

উইম্বলডন টেনিছ প্রতিযোগিতাত কালি পুৰুষৰ ছিংগলছৰ ত্ৰয়োদশ বাছনিপ্ৰাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ টেইলৰ ফ্ৰীটজে চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে খেলখনত ৬-৪, ৭-৬, ৪-৬, ৬-৭, ৩-৬ ছেটত বিজয় অৰ্জন কৰে। ইপিনে...

July 9, 2024 12:12 PM

views 33

ৰাজ্যত ২৭খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত, ৭২গৰাকী লোকৰ মৃত্যু

ৰাজ্যত এইপর্যন্ত বানত মহিলা-শিশুসহ ৭২ গৰাকী লোকৰ মৃত্যু হৈছে৷ শেহতীয়া তথ্য অনুসৰি ২৭ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ ১১টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ১০০খনৰো অধিক গাঁও প্লাৱিত হৈ আছে। বিশেষকৈ শিৱসাগৰ, কামৰূপ, ডিব্ৰুগড়...