November 30, 2025 7:39 PM

views 32

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ তৎপৰতা

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে। বিশেষকৈ শাসকীয় দল বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছে আজি পৃথকে পৃথকে নির্বাচনক লৈ বিশেষ বৈঠকৰ আয়োজন কৰে। ৰাজীৱ ভৱনত আজি বিয়লি কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নিৰ্বাচনৰ বাবে ৫ খ...

November 30, 2025 7:33 PM

views 17

অতুলনীয় কৰ্মৰাজিৰে দেশ তথা সমাজৰ কল্যাণৰ হকে জননেতা ভীমবৰ দেউৰীয়ে আগবঢ়োৱা অৱদানে প্রতিটো প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব বুলি মন্ত্রী বিমল বৰাৰ উল্লেখ

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ কলৌলোৱা দেউৰী গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি ৭৮ সংখ্যক জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ প...

November 30, 2025 7:28 PM

views 64

শিৱসাগৰত কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ ছহিদ পিয়লি ফুকন: দ্যা চন অৱ চইল শীৰ্ষক গ্রন্থ উন্মোচন

স্বাধীনতা সংগ্ৰামৰ প্ৰথম ছহিদ পিয়লি ফুকনৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ বাট মুকলি কৰি আজি শিৱসাগৰত কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই ছহিদ পিয়লি ফুকন: দ্যা চন অৱ চইল শীৰ্ষক ইংৰাজী ভাষাত লিখি উলিওৱা গ্রন্থখন উন্মোচন কৰে। শিৱসাগৰ নগৰৰ যুবদল প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত গ্রন্থখন ...

November 30, 2025 7:05 PM

views 14

পুণেৰ ক্ষেত্রপাল পেৰেডগ্ৰাউণ্ডত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৯ সংখ্যক পাছিং আউট পেৰেড সম্পন্ন

পুণেৰ খড়কৱাছলাত থকা ক্ষেত্রপাল পেৰেডগ্ৰাউণ্ডত আজি পুৱা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৯ সংখ্যক পাছিং আউট পেৰেড সম্পন্ন হয়। নৌ সেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠিয়ে এই পেৰেড পৰিদৰ্শন কৰে। মুঠ ৩২৯ গৰাকী কেডেটক সশস্ত্র বাহিনীত অন্তর্ভুক্ত কৰা এই পেৰেডত কেডেট সিদ্ধার্থ সিঙে নেতৃত্ব বহন কৰে। এই অ...

November 30, 2025 7:01 PM

views 23

পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

হোজাই জিলাত বিগত কিছুদিন ধৰি সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৮ বজালৈ ডাম্পাৰৰ দৰে গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ...

November 30, 2025 7:49 PM

views 24

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্রতিবেদন দাখিলৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠনৰ প্রতিবাদ

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে কালি প্রতিবেদন দাখিল কৰাৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠন প্রতিবাদমুখৰ হৈ পৰিছে। আজি সদৌ অসম ট্রাইবেল সংঘৰ উদ্যোগত কেইবাটাও জনজাতীয় সংগঠনে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পলটনবজাৰত থকা জনজাতীয় জিৰণি চ'ৰাত প্রতিবেদন দাহ কৰি ট্র...

November 30, 2025 6:46 PM

views 38

শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱ শক্তিক উদ্ভাসিত কৰি তুলিছে বুলি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱ শক্তিক উদ্ভাষিত কৰি তুলিছে। এই সন্দৰ্ভত হায়দাবাদত নতুনকৈ উন্মোচন কৰা বিশ্বৰ সৰ্ববৃহৎ লিপ ইঞ্জিন এম আৰ অ'ৰ ব্যৱস্থা ভাৰতীয় নৌসেনাত আই এন এছ মাহেৰ অন্তৰ্ভুক্তি আৰু দেশত স্কাইৰুৰ্টৰ ইনফিনিটি চৌহদ মুকলি কৰাৰ দ...

November 30, 2025 6:43 PM

views 30

ক্রীড়াৰ ক্ষেত্ৰখনত ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহটোক ছুপাৰ হিট বুলি অভিহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ক্ৰীড়াৰ ক্ষেত্ৰখনত ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহটোক চুপাৰ হিট বুলি অভিহিত কৰি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মহিলা খেলুৱৈৰ দলে আই চি চি মহিলা বিশ্বকাপত খিতাপ দখল কৰাৰ প্ৰসংগ উল্লেখ কৰে। একেদৰে কেইদিনমানৰ পূৰ্বে টকিঅ'ত অনুষ্ঠিত বধিৰ খেলুৱৈৰ অলিম্পিক প্ৰতিযোগিতাত ভাৰতে...

November 30, 2025 6:36 PM

views 19

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। অধিৱেশনৰ পূৰ্বে আজি সংসদ ভৱনত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৩৬টা ৰাজনৈতিক দলৰ ৫০জন নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ইতিবা...

November 30, 2025 12:42 PM

views 10

ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অংশস্বৰূপে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ চানডেজ অন চাইকেল শীর্ষক কাৰ্যসূচী

দেশজুৰি চলি থকা ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অংশস্বৰূপে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ সহযোগত কোকৰাঝাৰ প্ৰেছ ক্লাবে চানডেজ অন চাইকেল শীর্ষক পদক্ষেপ আৰম্ভ কৰিছে। এটা স্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে আজি জিলাখনৰ চাইৰ বিশেষ প্...