July 13, 2024 12:47 PM

views 41

অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

● মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত তেওঁ কয় যে, আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিনৰ পৰা যুৱক- যুৱতীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰি আছিল। সেয়ে অসম আৰক্ষীয়ে এই নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰ...

July 13, 2024 12:43 PM

views 37

ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্রধান প্রধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে

■ ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্রধান প্রধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীত খোৱাঙত বুঢ়িদিহিং নৈ বিপদসীমাৰ ওপৰে বৈ আছে। ৰাজ্যৰ ২৪ খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত আছ...

July 13, 2024 12:39 PM

views 23

উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছেঃ সিন্ধিয়া

■ উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্রমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী শ...

July 13, 2024 1:03 PM

views 28

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত জেছমিন পাঅ’লিনি বাৰবোৰা ক্রাইজিকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হব

● সপ্তম বাছনিপ্রাপ্ত জেছমিন পাঅ'লিনি আজি উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ৩১ সংখ্যক বাছনিপ্রাপ্ত বাৰবোৰা ক্রাইজিকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেক গণৰাজ্যৰ ক্ৰাইজিকোভাই বৃহস্পতিবাৰে ছেমি ফাইনেলত কাজাখস্তানৰ এলিনা ৰায়বাকিনাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত...

July 13, 2024 10:39 AM

views 27

ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

● ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটো জার্মানীত অনুষ্ঠিত ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বালাজী আৰু এস্কোবাৰৰ যুটীটোৱে কালি ছেমি ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত ইউক্রেইনৰ ডেনিছ মোলছানোভ আৰু নেডাৰলেণ্ডছৰ মেটৱে মিডিলকুপক ৬-৩, ৭-৬ পোনপ...

July 13, 2024 10:36 AM

views 40

আজি ভাৰত আৰু জিম্বাৱৱেৰ মাজত পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু জিম্বাৱৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৪ বজাত আৰম্ভ হ'ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো বৰ্তমান শৃংখলাত ২-১ ফলাফলেৰে আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেলত ভাৰত জিম্বাৱ ৱেৰ হাতত ১৩ ৰানত পৰাজয়ৰ সন্...

July 13, 2024 10:33 AM

views 22

দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়াকৈ ৰ’বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন

■ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লী আৰু প্ৰচাৰ ভাৰতীয়ে আজিৰে পৰা দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়া ৰ'বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰিছে। এই প্রতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ৪৫ খন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ৭৫০ জনৰো অধিক শিক্ষার্থীয়ে অংশগ্ৰহণ কৰি...

July 13, 2024 9:45 AM

views 25

থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে ড° এছ জয়শংকৰৰ বৈঠক

● বিদেশ পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কালি দিল্লীত থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, ভৌতিক আৰু আৰ্থিক সংযোগ, পর্যটন আদি ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ...

July 13, 2024 9:40 AM

views 25

কেইবাখনো দেশৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

● লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি ৰাছিয়াৰ ছেইন্ট পিটাৰ্ছবার্গত তাজিকিস্তান, কাজাখস্তান, বেলাৰুছ, ইজিপ্ত, আৰু উজবেকিস্তানৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ কৰে। দশম ব্রিকচ সংসদীয় সন্মিলনলৈ যোৱা এটা ভাৰতীয় সংসদীয় প্রতিনিধি দলক অধ্যক্ষগৰাকীয়ে নেতৃত্ব প্ৰদান কৰিছে। তাজিকিস্তানৰ মাজলিছি নমোয়াণ্ডাগনৰ ...

July 13, 2024 9:36 AM

views 21

উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক বিকাশ ত্বৰান্বিতৰ উদ্দেশ্যৰে অসম আৰু ত্ৰিপুৰাৰ বাবে কেইবাটাও প্রকল্পত অনুমোদন কেন্দ্ৰৰ

● কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাম্য পথ যোগাযোগ সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে অসম আৰু ত্ৰিপুৰাৰ বাবে কেইবাটাও প্রকল্পত অনুমোদন জনাইছে। গ্রামোন্নয়ন মন্ত্রালয়ে ৩৭৮ কোটিৰো অধিক টকা বিনিয়োগেৰে অসমত প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ অধীনত ৫৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮ট...