December 1, 2025 11:21 AM

views 28

শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ

■ শিৱসাগৰ চহৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ’ব। স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ উৎসৱ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্রধান ড০ কুলধৰ শ‍ইকীয়াই মুকলি কৰিব। এই গ্ৰন্থ উৎসৱৰ কাৰ্যসূচীত সাহিত্য ...

December 1, 2025 10:25 AM

views 43

আজিৰে পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ

● সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হ'ব। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প'ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভা...

December 1, 2025 12:01 PM

views 33

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আশিংকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৫ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজান...

November 30, 2025 8:51 PM

views 10

সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ সালসলনি

সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি পাঁচ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ ১...

November 30, 2025 8:29 PM

views 19

ৰাঁচীত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাত দক্ষিণ আফ্রিকাক জয়ৰ বাবে ভাৰতৰ ৩৫০ ৰাণৰ লক্ষ্য নির্ধাৰণ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে দক্ষিণ আফ্রিকাক জয়ৰ বাবে ৩৫০ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৩৪৯ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বিৰাট কোহলীয়ে সর্বাধিক ১৩৫ ৰাণ কৰে। কে...

November 30, 2025 8:20 PM

views 17

বিগত এঘাৰ বছৰত ৩২ লাখৰো অধিক দিব্যাংগ ব্যক্তিক আধুনিক যন্ত্ৰৰে সহায় কৰা হৈছে বুলি সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রী বীৰেন্দ্ৰ কুমাৰৰ উল্লেখ

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রী বীৰেন্দ্ৰ কুমাৰে বিগত এঘাৰ বছৰত ৩২ লাখৰো অধিক দিব্যাংগ ব্যক্তিক আধুনিক যন্ত্ৰৰে সহায় কৰা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত ভাৰতৰ কৃত্রিম অংগ নিৰ্মাণ নিগমৰ ৫৩ সংখ্যক প্রতিষ্ঠা দিৱসত ভাষণ প্রদান কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰৰ প্ৰতিষ্ঠা দিৱসত এই নিগমক নতুন চিন্তাৰে নতুন ...

November 30, 2025 8:12 PM

views 46

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫ উদ্বোধন কৰিব

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত "সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫" উদ্বোধন কৰিব। গ্রামোন্নয়ন মন্ত্রালয়ে জনোৱা অনুসৰি সমগ্ৰ দেশৰ ২৫ খন ৰাজ্যৰ প্ৰায় ৩০০ গৰাকী লাখপতি দিদি আৰু আত্মসহায়ক গোটৰ মহিলাই এই মহোৎসৱত অংশগ্ৰহণ কৰিব। ইয়াত মুঠ ৬২ খন বিপনীত বিভিন্ন ধৰণৰ খাদ্য উপলদ্ধ...

November 30, 2025 8:09 PM

views 28

বিশ্ব এইডছ দিৱস উপলক্ষে দেশজুৰি সজাগতা অভিযান

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কাইলৈ বিশ্ব এইডছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব। এইচ আই ভি প্ৰতিৰোধৰ লগতে চিকিৎসা, যত্ন আৰু কলংক নির্মূলৰ ক্ষেত্ৰত চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাক দোহৰাৰা উদ্দেশ্যেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে চৰকাৰী নেতা, বিভিন্ন অং...

November 30, 2025 8:06 PM

views 22

আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে পেচাদাৰীত্ব, সংবেদনশীলতা আৰু দায়বদ্ধতা বৃদ্ধিৰে জনসাধাৰণৰ ধাৰণা সলনি কৰাটো সম্ভৱ হ'ব। আজি ৰায়পুৰত আয়োজিত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সন্মিলনত...

November 30, 2025 7:47 PM

views 17

আকাশবাণী গুৱাহাটীৰ ৰিক্রিয়েচন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত সমূহীয়াভাৱে পৰিৱেশন

আকাশবাণী গুৱাহাটীৰ ৰিক্রিয়েচন ক্লাবৰ উদ্যোগত আজি আকাশবাণী গুৱাহাটীৰ চৌহদৰ খেলপথাৰত আয়োজিত এটা বর্ণাঢ্য অনুষ্ঠানত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত সমূহীয়াভাৱে পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত আকাশবাণী চৌহদৰ বাসিন্দাসকলৰ লগতে বহু কেইগৰাকী আমন্ত্রিত শিল্পীয়ে দুয়োগৰাকী শিল্পীৰ গী...