July 14, 2024 7:59 PM

views 25

ইউনেস্ক’ৰ  বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে অসম চৰকাৰৰ আদৰণি

নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ কার্যবাহীসকলে বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি জনায়। উল্লেখযোগ্য যে ইউনেস্ক'ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ'ব। অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰা...

July 14, 2024 7:53 PM

views 32

২৩ জুলাইৰ পৰা চাৰিদিনীয়াকৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বার্ষিক অধিৱেশন

গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া প্ৰাথমিক বিদ্যালয় শিক্ষকৰ সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বার্ষিক অধিৱেশনখন অহা ২৩ জুলাইৰ পৰা চাৰিদিনীয়াকৈ হাইলাকান্দিত অনুষ্ঠিত হ'ব। হাইলাকান্দি জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ ব্যৱস্থাপনাত চহৰখনৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'বলগীয়...

July 14, 2024 7:49 PM

views 21

বৰপেটা জিলাৰ অতিৰিক্ত জিলা আয়ুক্তৰ মিৰাকল মিলেট অভিযানৰ শুভাৰম্ভ

গুৱাহাটী প্ৰেছ ক্লাবত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি আয়োজিত মিৰাকল মিলেট অভিযানৰ বৰপেটা জিলাৰ অতিৰিক্ত জিলা আয়ুক্তই শুভাৰম্ভ কৰে। মিলেটৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি মিৰাকল মিলেট ষ্টার্টআপৰ কৰ্মকৰ্তাসকলে এই অভিযানৰ বিষয়ে অনুষ্ঠানত বিতংকৈ ব্যাখ্যা কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি তামুলপুৰৰ অত...

July 14, 2024 7:46 PM

views 37

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ৩ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে অসমত উপস্থিত

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ৩ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে। শিৱসাগৰ জিলাত কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শ্রমিক কল্যাণ মন্ত্রী সঞ্জয় কিষাণে ডিব্ৰুগড় বিমানবন্দৰত আদৰণি জনায়। বিধায়ক শ্রীপ্রশান্...

July 14, 2024 7:37 PM

views 21

শিৱসাগৰত সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈছে। নগৰখনৰ বৰ্ডিং খেল পথাৰত গছপুলি ৰোপণেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছত পতাকা উত্তোলন, মৈদাম তৰ্পণ, শ্বহীদ শ্ৰদ্ধাঞ্জলি আদি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগতে ডিম...

July 14, 2024 7:14 PM

views 26

হোজাইৰ সাগৰবস্তিত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন

হোজাইৰ সাগৰবস্তিত থকা ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ চৌহদত কবি গুৰুগৰাকীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। প্ৰতিমূৰ্তিটো উন্মোচন কৰি হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সদৌ অসম ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ শিলাদিত্য দেৱে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বহুমুখী ব্যক্তিত্বৰ বিষয়ে স্মৰণ কৰে। অ...

July 14, 2024 7:10 PM

views 22

বাক্সাৰ বাৰাপেটা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত খাৰিজা বিজনী শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন

বাক্সা জিলাৰ বাৰাপেটা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ খাৰিজা বিজনী শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন আৰু সভ্য সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানত সাহিত্য সভাৰ পতাকা উত্তোলনৰ পাছতে ৩ লাখ ৫০ হাজাৰ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা সাহিত্য সভাৰ স্থায়ী কাৰ্য...

July 14, 2024 7:05 PM

views 39

জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধকক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত আজি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰিছে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ...

July 14, 2024 6:59 PM

views 43

৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ  মূল শিবিৰৰ পৰা অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা

৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ আৰু এটা দল আজি নিচেই পুৱা জম্মুৰ ভগৱতী নগৰ যাত্ৰী নিৱাসৰ মূল শিবিৰৰ পৰা পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা হৈছে। ইয়াৰে ভিতৰত এহেজাৰ ৮৯৬ গৰাকী তীর্থযাত্ৰী পুৱা ৩ বাজি ৫ মিনিটত বালতল শিবিৰৰ পৰা আৰু ২,৯৯৩ গৰাকী তীর্থযাত্রী পেহলগাম শিবিৰৰ পৰা পুৱা ৩ বাজি ৫৫ মিনিটত ১৮৭ খ...

July 14, 2024 6:55 PM

views 64

জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জম্মু-কাশ্মীৰ পুনৰগঠন আইন ২০১৯ সংশোধন কৰি উপৰাজ্যপালৰ কৰ্তৃত্ব যথেষ্ট শক্তিশালী কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত ব্যৱসায়িক লেনদেন নিয়ম সংশোধন কৰি এক অধিসূচনা জাৰি কৰিছে। এই নিয়মসমূহ চৰকা...