December 4, 2025 11:54 AM
15
ছত্তিশগড়ৰ বিজাপুৰত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ১২ জন মাওবাদী নিহত
ছত্তিশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। অভিযানৰ সময়ত সুৰক্ষা বাহিনীৰো ৩জন জোৱান নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয়। বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্র যাদৱে জনোৱা মতে গোপন সূত্ৰৰ ভিত্তিত বিজাপুৰ-দান্তেৱাড়া সীমান্তত মাওবাদীৰ অৱস্থিতিৰ তথ্য লাভ কৰাৰ পাছ...