January 21, 2026 12:24 PM
24
আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি নাগপুৰৰ বিদৰ্ভ ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। সন্ধিয়া ৭ বজাত খেলখন আৰম্ভ হ'ব। অহা মাহত অনুষ্ঠিত হ'বলগীয়া আইচিচি পুৰুষ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ অংশ হিচাপে সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন মেন ইন ব্লুৰ বাবে এই শৃংখলা অত...