December 7, 2025 8:38 PM
21
নতুন দিল্লীৰ লালকিল্লাত বিমূর্ত সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ আন্তঃ চৰকাৰী সমিতিৰ ২০ সংখ্যক অধিবেশন আয়োজন
নতুন দিল্লীৰ লালকিল্লাত কাইলৈৰ পৰা ১৩ ডিচেম্বৰলৈকে বিমূর্ত সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ বাবে থকা আন্তঃ চৰকাৰী সমিতিৰ ২০ সংখ্যক অধিবেশন আয়োজন কৰা হৈছে। ভাৰতে এই বছৰ ইউনোস্ক'ৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্য তালিকাৰ বাবে পোহৰৰ উৎসৱ দীপাৱলীক মনোনীত কৰিছে। কেন্দ্রীয় সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শে...