January 21, 2026 9:22 PM
14
স্বাধীনতা সংগ্ৰামী ৰাছ বিহাৰী বসুক মৃত্যুবার্ষিকীত গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে সোঁৱৰণ
গৃহমন্ত্ৰী অমিত শ্বাহে আজি স্বাধীনতা সংগ্ৰামী ৰাছ বিহাৰী বসুৰ মৃত্যুবার্ষিকী উপলক্ষে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বাধীনতা যুঁজত গাডাৰ বিপ্লৱৰ পৰা আজদ হিন্দ ফৌজৰ প্ৰতিষ্ঠা হোৱালৈকে ৰাছ বিহাৰী বসুৱে এক নতুন দিশৰ সূচনা কৰিছিল। শ্ৰীশ্বাহে লগতে কয় যে ইণ্ডিয়ান ...