December 12, 2025 12:31 PM

views 25

অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে প্রধানমন্ত্রীৰ জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে জদানৰ ৰজা আব্দুলা দ্বিতীয় বিল অল হুছেইনৰ আমন্ত্রণ মর্মে দেশখনলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে দেশখনৰ ৰজা আব্দুলা দ্বিতীয়ক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত ব...

December 12, 2025 12:30 PM

views 18

ভাৰত আৰু লাইবেৰীয়াৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু লাইবেৰীয়াই ঔষধৰ গুণগত মান বৰ্তাই ৰখাৰ ক্ষেত্ৰত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, লাইবেৰীয়াত থকা ভাৰতৰ ৰাষ্ট্রদূত মনোজ বিহাৰী বাৰ্মা আৰু লাইবেৰীয়াৰ স্বাস্থ্য মন্ত্ৰী লুইচ এম ক'প'টোৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চুক্তিখ...

December 12, 2025 12:28 PM

views 13

এন ডি এৰ সকলো সদস্য তথা সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বিশেষ ভোজমেলৰ আয়োজন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা তেওঁৰ চৰকাৰী বাসগৃহত এন ডি এৰ সকলো সদস্য তথা সাংসদসকলৰ বাবে এখন বিশেষ ভোজমেলৰ আয়োজন কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এন ডি এ পৰিয়ালে সু-শাসন, ৰাষ্ট্ৰীয় উন্নয়ন আৰু আঞ্চলিক আকাংক্ষাৰ প্ৰতি সহযোগিতামূলক দায়বদ্ধতাক প্রতিনিধিত্ব কৰে...

December 12, 2025 12:27 PM

views 13

বালাঘাটক নক্সালবাদৰ পৰা মুক্ত ঘোষণা মোহন যাদৱৰ

বালাঘাট জিলাত দুজন মাওবাদীয়ে আত্মসমর্পণ কৰাৰ পাছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱে ৰাজ্যখনক নক্সালবাদৰ পৰা মুক্ত ঘোষণা কৰিছে। তেওঁ কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশনাত ২০২৬ চনৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নির্মূল কৰাৰ দৃঢ়তাৰ বাবেই...

December 12, 2025 12:26 PM

views 10

ই এছ আই চিৰ ১৯৭ সংখ্যক বৈঠকত কেইবাটাও উল্লেখযোগ্য প্রস্তাৱত অনুমোদন

কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ই এছ আই চি)-এ ইয়াৰ কাৰ্যকৰী বীমা সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নীতকৰণ, আৰু সেৱা প্ৰদানৰ উন্নতিৰ উদ্দেশ্যে কেইবাটাও উল্লেখযোগ্য প্রস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মান্দাভিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত ই এছ আই চিৰ ১৯৭ সংখ্যক বৈঠকত এই স...

December 12, 2025 12:23 PM

views 20

অষ্ট্ৰেলিয়াত কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে আইন গৃহীত

অষ্ট্ৰেলিয়াত ১৪ বছৰতকৈ কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে এখন আইন গৃহীত কৰিছে। এই আইন ব্যৱস্থা চৰকাৰী আৰু ব্যক্তিগত সকলো বিদ্যালয়ৰ কন্যা শিশুসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই নতুন আইনে ১৪ বছৰ বয়সতকৈ তলৰ কন্যা শিশুসকলক হিজাব অথবা বোর্খাৰ দৰে মুছলমানসকলৰ পৰম্পৰাগত...

December 12, 2025 12:22 PM

views 13

তিৰুৱনন্তপুৰমত আজি কেৰালাৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ

তিৰুৱনন্তপুৰমত আজি কেৰালাৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ হ'ব। এন্নেমেৰী জেচিৰৰ ছবি 'পেলেষ্টাইন ৩৬'ৰ জৰিয়তে এই চলচ্চিত্র মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। 'পেলেষ্টাইন ৩৬' নামৰ উদ্বোধনী ছবিখনে বহুল প্রশংসা লাভ কৰাৰ লগতে টকিঅ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে...

December 12, 2025 12:06 PM

views 21

এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক প্রধানমন্ত্রীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপ ২০২৫ত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰৰ যুৱ তাৰকা আৰু উৎসাহী দলটোৱে সন্মানীয় এই প্রতিযোগিতাত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অর্জন কৰি দেশলৈ স...

December 12, 2025 12:03 PM

views 25

ডুবাইত আজিৰে পৰা ১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ২০২৫ আৰম্ভ

১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ২০২৫ আজি ডুবাইত আৰম্ভ হ'ব। ডুবাইৰ আই চি চি একাডেমী গ্রাউণ্ডত আজি প্রতিযোগিতাৰ উদ্বোধনী খেলখনত আয়ুষ মহাত্রে নেতৃত্বাধীন ভাৰতে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন পুৱা চাৰে ১০ বজাত আৰম্ভ হৈছে। পৰহিলৈ ভাৰতীয় দলটো চিৰপ্ৰতিদ্বন্...

December 12, 2025 11:46 AM

views 13

টি-২০ ক্রিকেট শৃংখলাৰ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাৰ হাতত ভাৰত ৫১ ৰানত পৰাজিত

ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৫১ ৰানত পৰাজিত কৰে। ২১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ ৫টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৬২ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ ...