December 16, 2025 6:57 PM December 16, 2025 6:57 PM
4
কোকৰাঝাৰত আজি বড়োসকলৰ পৰম্পৰাগত বাথৌ বা খেৰাই পূজা অনুষ্ঠিত
কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আজি বড়োসকলৰ পৰম্পৰাগত বাথৌ বা খেৰাই পূজা অনুষ্ঠিত হয়। বিশ্ব শান্তি, সমৃদ্ধি আৰু মানৱৰ কল্যাণৰ অৰ্থে এই পূজা-অর্চনা অনুষ্ঠিত হয়। বড়োভূমিৰ লগতে অসমৰ অন্যান্য অঞ্চল আৰু পশ্চিম বংগৰ পৰাও অহা যথেষ্ট সংখ্যক লোকে এই পূজাত অংশগ্ৰহণ কৰে। বি টি চিৰ মুখ্য কার্যবাহী হাগ্রামা মহিলাৰী, ৰাজ্...