October 22, 2024 6:01 PM October 22, 2024 6:01 PM

views 9

জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ৰাজ্যৰ মুখ্য সচিবৰ বৈঠক

ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই আজি ২৭ অক্টোবৰত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পর্যায় সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা চাৰে ৯ বজাৰ পৰা চাৰে ১১ বজালৈ এহেজাৰ ৪৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ৪ বজালৈ ...

October 22, 2024 5:55 PM October 22, 2024 5:55 PM

views 11

ৰাজ্যৰ বিভিন্ন ঘাইপথ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ৰাজ্যত চলি থকা বিভিন্ন ঘাইপথ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয়। বিভিন্ন সংস্থাৰ দ্বাৰা ৰূপায়ণ কৰা ৫৭টা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণৰ্কৰণ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। ...

October 22, 2024 4:03 PM October 22, 2024 4:03 PM

views 9

গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে প্রধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্রী জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্রী এছ জয়শংকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কৈছে যে, কঠোৰ পৰিশ্ৰমী নেতাৰূপে পৰিচিত শ্ৰী শ্বাহে দলৰ ভেটি শক্তাশালী কৰাৰ বাবে নিজৰ জ...

October 22, 2024 4:01 PM October 22, 2024 4:01 PM

views 10

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি কৰে। এই পৰ্যায়ত অহা ২০ নৱেম্বৰত ৰাজ্যখনত ৩৮ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ২৯ অক্টোবৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ৩০ অক্টোবৰত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছ্...

October 22, 2024 3:43 PM October 22, 2024 3:43 PM

views 19

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ বাবে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ বজালৈ ১,৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ...

October 22, 2024 3:40 PM October 22, 2024 3:40 PM

views 18

২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৭.২ শতাংশ হোৱাৰ সম্ভাৱনা আছেঃ শক্তিকান্ত দাস

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কৈছে যে, বুনিয়াদী চালিকাশক্তি ৰূপে পৰিচিত ব্যৱহাৰ আৰু বিনিয়োগ চাহিদা বৃদ্ধিৰ বাবে ভাৰতৰ বিকাশ ধাৰা অক্ষুণ্ণ থাকিব। শ্রী দাসে ৰিজাৰ্ভ বেংকৰ মাহেকীয়া বুলেটিন যোগে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৭.২ শতাংশ হোৱাৰ সম...

October 22, 2024 3:37 PM October 22, 2024 3:37 PM

views 11

অনাদায় ঋণ আৰু উচ্চ মূলধনী পর্যাপ্ততাৰ অনুপাত কম হোৱা বাবেই ভাৰতৰ বেঙকিং ব্যৱস্থা শক্তিশালী হৈ আছেঃ বিত্তমন্ত্রী সীতাৰমণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে অনাদায় ঋণ আৰু উচ্চ মূলধনী পর্যাপ্ততাৰ অনুপাত কম হোৱা বাবেই ভাৰতৰ বেঙকিং ব্যৱস্থা শক্তিশালী হৈ আছে। তেওঁ কয় যে, গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ বিনিয়োগ বৃদ্ধিৰ বাবে আৱশ্যকীয় ঋণ প্ৰদান কৰাটো বিত্তীয় ক্ষেত্ৰৰ নিৰন্তৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্ত...

October 22, 2024 3:26 PM October 22, 2024 3:26 PM

views 5

দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত হৈছে। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্রী মোদীয়ে কয় যে, ভাৰতে ইতিমধ্যে গোলকীয় উন্নয়ন কার্যসূচী, সংশোধিত বহুপাক্ষিকতাবাদ, জলবায়ু পৰিৱৰ্তন, অর্থনৈতিক সহযোগিতা, শক্তিশালী যোগান শৃংখলা নির্মাণ, সাংস্কৃতিক আৰু জনসম্পৰ্কৰ প্ৰসাৰৰ ...

October 22, 2024 3:24 PM October 22, 2024 3:24 PM

views 3

চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাষ্ট...

October 22, 2024 3:15 PM October 22, 2024 3:15 PM

views 3

টি-টুৱেন্টি ইমাজিং টীমছ এছিয়া কাপ ক্রিকেটত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ পৰাস্ত

ভাৰতীয়-এ দলে কালি আল এমেৰাটত অনুষ্ঠিত পুৰুষৰ টি-টুৱেন্টি ইমাজিং টীমছ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত কৰে। টছত জয়ী হৈ সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও দলটোৱে ১৯টা বল বাকী থকা অৱস্থাত ১০৭ ৰানত আটাইকেইটা উইকেট হেৰু...