November 30, 2024 12:38 PM

views 8

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুৱনেশ্বৰত আয়োজিত আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰু কাইলৈ ওড়িশাৰ ভুৱনেশ্বৰত আয়োজিত আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্রহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কালি তিনিদিনীয়া এই সন্মিলন উদ্বোধন কৰে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰাৰ বাবে দেশৰ শীৰ্ষ ...

November 30, 2024 12:37 PM

views 10

কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত ৩.৬০ লাখ মহিলা হিতাধিকাৰী লাভৱান্বিত হৈছেঃ কেন্দ্রীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্রীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, যে বস্ত্র উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হৈছে। নতুন দিল্লীত কালি এখন সংবাদমেলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত ৩ লাখ ৬০ হাজাৰ মহিলা হিতাধিকাৰী লাভৱান্বিত হৈছে। বস্ত্ৰ উদ্যোগৰ সহযোগত এই আঁচন...

November 30, 2024 12:35 PM

views 12

দেশত ২৫ নৱেম্বৰপৰ্যন্ত প্ৰায় ১৪ লাখ জ্যেষ্ঠ নাগৰিকক আয়ুষ্মান ভে বন্দনা কার্ড প্ৰদান

চৰকাৰে কৈছে যে, আয়ুষ্মান ভাৰত-প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ২৫ নৱেম্বৰপৰ্যন্ত দেশৰ ৭০ বছৰ আৰু ইয়াৰ ঊৰ্ধ্বৰ প্ৰায় ১৪ লাখ জ্যেষ্ঠ নাগৰিকক আয়ুষ্মান ভে বন্দনা কার্ড প্ৰদান কৰা হৈছে। লোকসভাত এটা লিখিত প্রশ্নত্তোৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাধৱে কয়, যে এই আঁচনিখনে ব...

November 30, 2024 12:34 PM

views 10

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা বছৰৰ প্রথম ভাগত গোলকীয় একতাৰ প্ৰতীকস্বৰূপ মহাকুম্ভ মেলাৰ আয়োজন

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে কয়, যে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা বছৰৰ প্রথম ভাগতেই গোলকীয় একতাৰ প্ৰতীকস্বৰূপ মহাকুম্ভ মেলা অনুষ্ঠিত হ'ব। মন্ত্ৰীগৰাকীয়ে কালি এই মেলাৰ প্ৰাক্ কাৰ্যসূচী মুকলি কৰি কয়, যে মহাকুম্ভ মেলা হৈছে সংস্কৃতি, কলা আৰু কাৰুশিল্পৰ আদান-প্ৰদানৰ এ...

November 30, 2024 12:32 PM

views 10

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ এদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ এদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। মন্ত্ৰীগৰাকীয়ে চুৰাটৰ কিমত বুলেট ৰে'লপথ আন্তঃগাঁথনিৰ সা-সুবিধাসমূহ পৰিদৰ্শন কৰিব। তেওঁ লগতে বডোডৰাৰ প্লেচাৰ ইণ্ডিয়া ফেক্টৰীও পৰিদৰ্শন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বডোডৰাত থকা গতিশক্তি বিশ্ববিদ্যালয়ৰ দ্...

November 30, 2024 12:31 PM

views 6

গোলকীয় টীকাকৰণ কাৰ্যসূচীৰ অধীনত প্রায় ৭ কোটি ৪৩ লাখ হিতাধিকাৰীৰ নাম পঞ্জীয়ন

কেন্দ্ৰীয় চৰকাৰে কয়, যে গোলকীয় টীকাকৰণ কাৰ্যসূচী চমুকৈ ইউ আই পিৰ অধীনত প্রায় ৭ কোটি ৪৩ লাখ হিতাধিকাৰীয়ে পঞ্জীয়ন কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু জন্মৰ পৰা ১৬ বছৰ বয়সৰ ল'ৰা-ছোৱালীক টীকাকৰণৰ জৰিয়তে প্ৰতিৰোধ কৰিব পৰা ১২ বিধ বেমাৰৰ জীৱন দায়িনী টীকা প্ৰদান কৰা হ'ব । লোকসভাত কালি দি...

November 29, 2024 9:12 PM

views 21

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ সাদাক অৰ্জুনীত বিয়লি সংঘটিত এটা দুৰ্ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ সাদাক অৰ্জুনীত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু হয়। ভাণ্ডাৰাৰ পৰা গণ্ডিয়ালৈ গৈ থকা ৰাজ্যিক পৰিবহণ বাছখন বিন্দ্ৰাভন টোলা গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। দুৰ্ঘটনাটোত ৯ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৩০ জন লোক আহত হয়। আহতসকলক গণ্ড...

November 29, 2024 9:05 PM

views 32

দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশৰ

ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশে দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত কৰিছে৷ তেওঁ সমাজৰ কল্যাণৰ বাবে ৰাজেন্দ্ৰ প্ৰসাদে তেওঁৰ সমগ্ৰ যাত্ৰাত সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰ কথা উল্লেখ কৰে৷ ৰাজ্যসভাৰ উপ সভাপতি গৰাকীয়ে আকাশবাণীৰ উদ্যোগত আজি নত...

November 29, 2024 9:03 PM

views 29

ইউ-উইন কাৰ্যসূচীৰ জৰিয়তে দেশৰ ২৭ কোটি ৭৭ লাখ লোকৰ টীকাকৰণ

ইউ-উইন কাৰ্যসূচীৰ জৰিয়তে দেশৰ ২৭ কোটি ৭৭ লাখ লোকৰ টীকাকৰণ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰি কয়, যে এই অভিযান আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে ১ কোটি ২৬ লাখতকৈও অধিক টীকাকৰণ অভিযান সম্পন্ন হৈছে। তেওঁ কয়, যে যোৱা মাহলৈ...

November 29, 2024 8:58 PM

views 8

অহা ৬ ডিচেম্বৰৰ পৰা ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ

অহা ৬ ডিচেম্বৰৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া অষ্টলক্ষ্মী মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক ব্যৱধান দূৰ কৰিব বুলি উত্তৰ-পূব উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আশা প্রকাশ কৰিছে। তিনিদিনীয়া এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ সংস্কৃতি আ...