November 1, 2024 1:05 PM November 1, 2024 1:05 PM

views 4

আজিৰ পৰা ১০ নৱেম্বৰলৈ জনমুখী প্রয়াস অন্ন সেৱা দিন ঘোষণা

খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ জনমুখী প্রয়াস অন্ন সেৱা দিন এই মাহৰ বাবে আজিৰ পৰা ১০ নৱেম্বৰলৈ ঘোষণা কৰা হৈছে। ৰাজ্যৰ মুঠ ৬৭ লাখ ২ হাজাৰ ৫৪টা পৰিয়ালৰ ২ কোটি ৩০ লাখৰো অধিক হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰিব পাৰিব। আনহাতে, সুলভ মূল্যৰ দোকান...

November 1, 2024 12:58 PM November 1, 2024 12:58 PM

views 11

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত ৮ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই উৎসৱ উপলক্ষে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন ৰে'লৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়ে। নিউ জলপাইগুৰিৰ পৰা গ...

November 1, 2024 12:56 PM November 1, 2024 12:56 PM

views 6

ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি

অহা বছৰৰ মে' মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ'ব। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে এই নিযুক্তি প্ৰক্ৰিয়...

November 1, 2024 12:53 PM November 1, 2024 12:53 PM

views 4

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১৭ সংখ্যক লাংখন উৎসৱৰ সামৰণি

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ আমৰি সমষ্টিৰ উলুকুঞ্চি তিৱা সাংস্কৃতিক চৌহদত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১৭ সংখ্যক লাংখন উৎসৱৰ কালি সামৰণি পৰে। তিৱা পৰম্পৰাগত লোককৃষ্টিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই উৎসৱ পালন কৰা হয়। সামৰণি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কলা আৰু সংস্...

November 1, 2024 12:51 PM November 1, 2024 12:51 PM

views 7

আজিৰে পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তি পূজাৰে পুৱা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো আজিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্...

November 1, 2024 12:44 PM November 1, 2024 12:44 PM

views 13

ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় একতা দিৱস পালন

দেশৰ অন্যান্য প্ৰান্তৰ লগতে কালি ৰাজ্যৰ বিভিন্ন স্থানতো ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰে চৰ্দাৰ বল্...

November 1, 2024 12:42 PM November 1, 2024 12:42 PM

views 7

সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন

সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হৈছে। এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক। এই উপলক্ষে জনসাধাৰণে ধন, ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা-অৰ্চনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপাৱলী উপলক্ষে আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰে। মন্ত্ৰীগৰ...

November 1, 2024 12:40 PM November 1, 2024 12:40 PM

views 7

আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৰাজস্থান ৰয়েলছত ৰিয়ান পৰাগ

আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৰাজস্থান ৰয়েলছে অসমৰ ৰিয়ান পৰাগসহ ছজন খেলুৱৈক ৰাখিছে। বিগত আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰাৰ সুবাদত ভাৰতৰ টি-টুৱেণ্টি আৰু এদিনীয়া দলত স্থান লাভ কৰা ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ১৪ কোটি টকাত পুনৰ চুক্তিবদ্ধ কৰে। ইপিনে চেন্নাই ছুপাৰ কিংছে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক ...

November 1, 2024 12:35 PM November 1, 2024 12:35 PM

views 13

মালৱিকা বল’ড়, আয়ুষ ছেট্টী, সতীশ কুমাৰ কৰুণাকৰণ আৰু ৰক্ষিতাশ্ৰী হাইলো অপেন বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ মালৱিকা বল'ড়, আয়ুষ ছেট্টী, সতীশ কুমাৰ কৰুণাকৰণ আৰু ৰক্ষিতাশ্ৰীয়ে জাৰ্মানীৰ ছাৰব্ৰুকেনত অনুষ্ঠিত হাইলো অপেন বেডমিণ্টন প্রতিযোগিতাৰ নিজ নিজ শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালৱিকা বন্স'ড়ে কালি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইৰিণা এমেলি এণ্ডাৰছনক ২১-১৩, ২১-১৬ গেমত পৰাস্ত কৰি কোৱা...

November 1, 2024 12:33 PM November 1, 2024 12:33 PM

views 3

চীনৰ বি আৰ আইৰ সৈতে ব্রাজিল জড়িত নহয় বুলি সিদ্ধান্ত গ্ৰহণ

ব্রাজিলে চীনৰ কেইবা কোটিটকীয়া বেল্ট আৰু পথ আন্তঃগাঁথনি চমুকৈ বি আৰ আইৰ সৈতে জড়িত নহয় বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ পাছত বেইজিঙৰ এই বৃহৎ প্রকল্পক প্ৰত্যাখ্যান কৰা ব্ৰাজিল হৈছে কিছ ৰাষ্ট্ৰগোষ্ঠীৰ দ্বিতীয়খন দেশ। আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ বিশেষ অধ্যক্ষৰ পৰামৰ্শদাতা চেলছো এমোৰিমে ব্ৰাজিলৰ বাতৰি কাকত...