December 1, 2024 12:27 PM
17
নাগালেণ্ডত আজি ৬২ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন
চুবুৰীয়া ৰাজ্য নাগালেণ্ডে আজি ৬২ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰিছে। ১৯৬৩ চনৰ আজিৰ দিনটোতে নাগালেণ্ড ভাৰতৰ ১৬ নম্বৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। এই ঐতিহাসিক দিনটোক স্মৰণ কৰি ৰাজ্যখনত ধাৰাবাহিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নাগালেণ্ডৰ ৰাজধানী চহৰ ক'হিমাৰ অসামৰিক সচিবালয় প্লাজাত অনুষ্ঠিত হ'বলগীয়া...