October 25, 2024 6:37 PM October 25, 2024 6:37 PM
13
অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয় প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা সন্দৰ্ভত সংবাদমেল
অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয় চতুৰ্থবৰ্গৰ পৰীক্ষা সন্দৰ্ভত আজি চতুৰ্থবৰ্গৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এখন সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলখনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ লগতে আয়ক্ত সচিব তথা ...